তিৰহুতা লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তিৰহুতা, মিথিলাক্ষৰ

তিৰহুতা লিপিত "তিৰহুতা" শব্দটো লিখা হৈছে
প্ৰকাৰ আবুগিদা
ভাষা মৈথিলী, সংস্কৃত
সময় ১২ৰ পৰা ২০ শতিকাৰ ভিতৰত
ভগ্নী লিপি বঙালী, অসমীয়া, তিব্বতীয়
ISO 15924 Tirh, 326
ইউনিক'ড ৰে'ঞ্জ U+11480–U+114DF
Final Accepted Script Proposal

তিৰহুতা লিপি বা মিথিলাক্ষৰ হৈছে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান বিহাৰৰ মিথিলা অঞ্চল আৰু নেপালৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে।[1] তিৰহুতা লিপিৰ যথেষ্ট সাদৃশ্য অসমীয়া লিপি আৰু বঙালী লিপিৰ সৈতে দেখা যায়। মৈথিলী ভাষী অধিকাংশ লোকে ভাষাটো লিখিবৰ বাবে বৰ্তমান তিৰহুতা লিপিৰ সলনি দেৱনাগৰী লিপি ব্যৱহাৰ কৰে।

১২ শতিকাৰ শিলালিপিত তিৰহুতা লিপিৰ ব্যৱহাৰ

বৰ্ণমালা[সম্পাদনা কৰক]

স্বৰবৰ্ণ[সম্পাদনা কৰক]

স্বতন্ত্ৰ ৰূপ গৌণ ৰূপ অসমীয়া লিপিত
চিত্ৰ চিহ্ন চিত্ৰ চিহ্ন স্বতন্ত্ৰ গৌণ
𑒁
𑒂  𑒰
𑒃  𑒱 ি
𑒄  𑒲
𑒅  𑒳
𑒆  𑒴
𑒇  𑒵
𑒈  𑒶
𑒉  𑒷
𑒊  𑒸
𑒋  𑒹
 𑒺
𑒌  𑒻
𑒍  𑒼
 𑒽
𑒎  𑒾

ব্যঞ্জনবৰ্ণ[সম্পাদনা কৰক]

চিত্ৰ চিহ্ন অসমীয়া লিপিত
𑒏
𑒐
𑒑
𑒒
𑒓
𑒔
𑒕
𑒖
𑒗
𑒘
𑒙
𑒚
𑒛
𑒜
𑒝
𑒞
𑒟
𑒠
𑒡
𑒢
𑒣
𑒤
𑒥
𑒦
𑒧
𑒨
𑒩
𑒪
𑒫
𑒬
𑒭
𑒮
𑒯

সংখ্যা[সম্পাদনা কৰক]

চিত্ৰ
চিহ্ন 𑓐 𑓑 𑓒 𑓓 𑓔 𑓕 𑓖 𑓗 𑓘 𑓙
অসমীয়া লিপিত

ইউনিক’ড[সম্পাদনা কৰক]

ইউনিক’ডৰ ২০১৪ চনৰ জুনত প্ৰকাশিত ৭.০ সংস্কৰণত তিৰহুতা লিপিক অন্তৰ্ভুক্ত কৰা হয়। তিৰহুতা লিপিৰ ইউনিক’ড ব্লকটো অসমীয়া-বঙালী লিপিৰ পৰা পৃথক আৰু ই U+11480 ৰ পৰা U+114DF ক'ড বিন্দুলৈ বিয়পি আছে।

তিৰহুতা[1][2]
তিৰহুতা লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+1148x 𑒀 𑒁 𑒂 𑒃 𑒄 𑒅 𑒆 𑒇 𑒈 𑒉 𑒊 𑒋 𑒌 𑒍 𑒎 𑒏
U+1149x 𑒐 𑒑 𑒒 𑒓 𑒔 𑒕 𑒖 𑒗 𑒘 𑒙 𑒚 𑒛 𑒜 𑒝 𑒞 𑒟
U+114Ax 𑒠 𑒡 𑒢 𑒣 𑒤 𑒥 𑒦 𑒧 𑒨 𑒩 𑒪 𑒫 𑒬 𑒭 𑒮 𑒯
U+114Bx 𑒰 𑒱 𑒲 𑒳 𑒴 𑒵 𑒶 𑒷 𑒸 𑒹 𑒺 𑒻 𑒼 𑒽 𑒾 𑒿
U+114Cx 𑓀 𑓁 𑓂 𑓃 𑓄 𑓅 𑓆 𑓇
U+114Dx 𑓐 𑓑 𑓒 𑓓 𑓔 𑓕 𑓖 𑓗 𑓘 𑓙
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ১১.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Pandey, Anshuman (2011-05-05). "N4035: Proposal to Encode the Tirhuta Script in ISO/IEC 10646". Working Group Document, ISO/IEC JTC1/SC2/WG2. Archived from the original on 13 December 2016. https://www.unicode.org/L2/L2011/11175r-tirhuta.pdf.