তৰা (অসমীয়া অভিনেত্ৰী)
অৱয়ব
তাৰা (জন্ম ৩ আগষ্ট ১৯৪৪, ভাৰত মণিপুৰ ইম্ফল) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি প্ৰায় ৫ দশক ধৰি অসমীয়া, মণিপুৰী , পঞ্জাৱী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। , তেখেতৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ১৯৮৮ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা হালধীয়া চৰায়ে বাওধান খাই, বেনাৰস-এ মিষ্টিক লাভ ষ্ট'ৰী, আৰু ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত শকুন্তলা।২০০৭ চনৰ ১৯ মে "ত অসম গুৱাহাটী চহৰত তেখেতৰ মৃত্যু হয়।
চলচ্চিত্ৰগ্ৰাফী
[সম্পাদনা কৰক]- কাহানী গুড়িয়া কি (২০০৭)
- বেনাৰস (২০০৬) বা বেনাৰসঃ এ মিষ্টিক লাভ ষ্ট 'ৰী
- জী আয়ান নু (২০০৩)
- মীমেনক্সা (১৯৯৪) বা দ্য ভাৰ্ডিক্ট (India: English title)
- Ishanou (১৯৯০) বা
- অজলা ককাই (১৯৮৯)
- কোলাহল (১৯৮৮)
- হালধীয়া চোৰায়ে বাওধন খায় (১৯৮৭)
- সন্ধ্যা ৰাগ (১৯৭৭)
- অৰণ্য (১৯৭১)
- অপৰাজেয় (১৯৭০)
- ড° বেজবাৰুৱা (১৯৬৯)
- মৰম তৃষ্ণা (১৯৬৮)
- ইটো সিটো বহুটো (১৯৬৩)
- শকুন্তলা (১৯৬১)
- ৰঙা পুলিচ (১৯৫৮)
- মাক আৰু মৰম (১৯৫৭)