নীলাচল (বাতৰি কাকত)
অৱয়ব
প্ৰকাৰ | বাতৰি কাকত |
---|---|
ফৰমেট | মজলীয়া পৃষ্ঠা |
সম্পাদক | হোমেন বৰগোহাঞি |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম |
নীলাচল (ইংৰাজী: Nilachal) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন বাতৰি কাকত। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আছিল কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক।[1] পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা দৈনিক বাতৰি, নতুন অসমীয়া, প্ৰকাশ, সাতসৰী আদি যি সমূহ কাকত-আলোচনী আছে; তাৰ মাজত নীলাচলৰ স্থান উল্লেখযোগ্য।[2]
প্ৰকাশ
[সম্পাদনা কৰক]নীলাচল কাকতখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬২ চনত। [2]