পদ্মাৱতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। পদ্মাৱতী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- ধৰ্ম আৰু সাহিত্য
- পদ্মাৱতী, দক্ষিণ ভাৰতত পূজ্য হিন্দু দেৱী
- লক্ষ্মী, হিন্দু ধৰ্মৰ সৌভাগ্যৰ দেৱী
- পদ্মাৱতী (জৈন ধৰ্ম), জৈন ধৰ্মৰ শাসনৰ দেৱী
- ৰাণী পদ্মিনী, তেৰ-চৈধ্য শতিকাৰ মেৱাৰৰ এগৰাকী কিংবদন্তি ৰাণী
- পদ্মাৱত, চুফী কবি মালিক মহম্মদ জায়চীয়ে ৰচনা কৰা এটা মহাকাব্যিক কবিতা
- ব্যক্তি
- পদ্মাৱতী দেৱী ফুকননী (১৮৫৩–১৯২৭), অসমীয়া সাহিত্যৰ প্ৰথম লেখিকা
- এছ. আই. পদ্মাৱতী (১৯১৭–২০২০), ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ
- পদ্মাৱতী বন্দ্যোপাধ্যায় (১৯৪৪–), ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া
- অন্যান্য
- পদ্মাৱত (চলচ্চিত্ৰ), ২০১৮ চনৰ হিন্দী চলচ্চিত্ৰ
|
|
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |