সমললৈ যাওক

প্ৰবীণা শ‍ইকীয়া বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সন্থাৰ উদ্যোগত আৰু প্ৰবীণা শইকীয়াৰ স্বামী চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ সহযোগত মহিলা সাহিত্যিকক এই বঁটা প্ৰদান কৰা হৈছিল৷ ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত নগদ ১০,০০০ টকা, এখন প্ৰশস্তিপত্ৰ আৰু এটা ফলক আগবঢ়োৱা হয়৷[1][2]

প্ৰবীণা শইকীয়া বঁটা বিজয়ীসকল[1]

[সম্পাদনা কৰক]
ক্ৰমিক নংবৰ্ষবঁটাবিজয়ী
১৯৯৯নীলিমা দত্ত
২০০০নিৰুপমা বৰগোহাঞি
২০০১নিৰ্মলপ্ৰভা বৰদলৈ
২০০২শুচিব্ৰতা ৰায়চৌধুৰী
২০০৩চিত্ৰলতা ফুকন
২০০৪অণিমা দত্ত
২০০৫প্ৰীতি বৰুৱা
২০০৬পূৰবী বৰমুদৈ
২০০৭স্বৰ্ণ বৰা
১০২০০৮কেশদা মহন্ত
১১২০০৯লক্ষহীৰা দাস
১২২০১০গীতা উপাধ্যায়
১৩২০১১ড: মিনতি হাজৰিকা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 শান্তনু কৌশিক বৰুৱা (২০১২). সাহিত্যৰ জ্ঞানকোষ. প্ৰকাশক গুৱাহাটী: ৰেখা প্ৰকাশন. পৃষ্ঠা. ২৮৮, ৪২১. ISBN 978-81-923142-9-7.
  2. "Awards, Titles & Honours in the field of literature, culture, sports". Assam Portal. http://www.assam.org/pages/awards আহৰণ কৰা হৈছে: January 17, 2013.