প্ৰশান্ত কুমাৰ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰশান্ত কুমাৰ দাস
জন্ম বৰপেটা, অসম
পেচা সাহিত্যিক, সম্পাদক, সাংবাদিক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা দৈনিক অসম সাহিত্য বঁটা
অসম সাহিত্য সভাৰ 'সভাপতিৰ বিশেষ বাছনি সন্মান'

প্ৰশান্ত কুমাৰ দাস (ইংৰাজী: Prasanta Kumar Das) এগৰাকী অসমীয়া গল্পকাৰ। ছাত্ৰাৱস্থাতে প্ৰান্তিক আলোচনীৰ পাতত তেওঁ গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল।

সাহিত্যকৃতি[সম্পাদনা কৰক]

গল্প সংকলন
  1. এটা শদিয়াৰ গল্প আনটো পৃথিৱীৰ (১৯৯৭)
  2. অ'থেলো, এপ্ৰিল ৯৯ (১৯৯৯, অভিনেতা-লেখক তপন দাসৰ সৈতে যুটীয়াভাৱে)
  3. কাহিনী এটাৰ কাহিনী (২০০৪)
  4. দ্য ডাউন টাউন (২০০৬)
  5. গল্পবোৰ (২০১৪)
  6. মৃন্ময়ী ভেনাছ (২০১৯)
  7. স্বনিৰ্বাচিত গল্প (২০২২)
উপন্যাস
  1. নীল তমালৰ ৰ’দ
অনুবাদ

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক

সাংবাদিকতা[সম্পাদনা কৰক]

প্ৰশান্ত কুমাৰ দাস সাদিন কাকতৰ সহকাৰী সম্পাদক আছিল। বৰ্তমান তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ সহকাৰী সম্পাদক ৰূপে কাৰ্যবিৰ্বাহ কৰি আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]