সমললৈ যাওক

ফেন (২০১৬ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেন

চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ
পৰিচালক মনীষ শৰ্মা
চিত্ৰনাট্য হাবিব ফাইচাল
কাহিনী মনীষ শৰ্মা
প্ৰযোজক আদিত্য চোপ্ৰা
অভিনয়ত শ্বাহৰুখ খান‎‎[1][2]
চিত্ৰগ্ৰহণকাৰী মনু আনন্দ
সম্পাদনা নম্ৰতা ৰাও
সংগীত পৰিচালক সংগীত:
বিশাল-শেখৰ
আৱহ সংগীত:
এণ্ড্ৰিয়া গুৱেৰা
প্ৰযোজনা
কোম্পানী
পৰিবেশক য়শ ৰাজ ফিল্মছ
মুক্তি
১৫ এপ্ৰিল ২০১৬ (2016-04-15)
দৈৰ্ঘ্য
১৩৮ মিনিট[3]
দেশ  ভাৰত
ভাষা হিন্দী
বাজেট ১০ কোটি[4]
সৰ্বমুঠ আয় ৯৮৮৭ কোটি[4]

ফেন (ইংৰাজী: Fan) হৈছে মনীষ শৰ্মাৰ দ্বাৰা পৰিচালিত ২০১৬ চনৰ এখন হিন্দী ৰোমাঞ্চকৰ বোলছবি। শ্বাহৰুখ খান‎‎ এই বোলছবিৰ মুখ্য অভিনেতা।[5][1] এই ছবিৰ প্ৰযোজনা আদিত্য চোপ্ৰাৰ, য়শ ৰাজ ফিল্মছৰ বেনাৰত। এই ছবি এক অভিৰত অনুৰাগীৰ বিষয়ে, যি প্ৰায় তেওঁৰ দৰেই দৃশ্যমান এগৰাকী তাৰকাৰ অনুৰাগী।[6] চাউণ্ডট্ৰেক আল্বাম আৰু অৰিজিনেল স্ক'ৰ ক্ৰমত বিশ্বাল-শ্বেখৰ আৰু এণ্ড্ৰিয়া গুৱেৰাৰ।[7] ছবিখনে ১৫ এপ্ৰিল ২০১৬ চনত মুক্তি লাভ কৰে।

চৰিত্ৰসমূহ

[সম্পাদনা কৰক]
  • আৰ্য়ন খান্না আৰু গৌৰৱ চন্দনাৰ চৰিত্ৰত শ্বাহৰুখ খান
  • ৱালুচ্ছা ডে চুজাৰ[8][9] চৰিত্ৰত গৌৰী খান
  • চান্যানী গুপ্তা, আৰ্য়ানৰ ব্যক্তিগত সহায়কৰ চৰিত্ৰত
  • শ্ৰিয়া পিংগ'ৱানকাৰ নেহাৰ চৰিত্ৰত
  • দীপিকা আমিন গৌৰৱৰ মাতৃৰ চৰিত্ৰত
  • য়'গেন্দ্ৰ টিকু গৌৰৱৰ পিতৃৰ চৰিত্ৰত
  • মেঘা গুপ্তা
  • ইন্দ্ৰনীল ভট্টাচাৰ্য় আৰ্য়নৰ উকীলৰ চৰিত্ৰত

নিৰ্মাণ

[সম্পাদনা কৰক]

১৬ ডিচেম্বৰ ২০১৩ চনত যশ ৰাজ ফিল্মছে প্ৰকাশ কৰিলে যে তেওঁলোকে শ্বাহৰুখ খানক মুখ্য অভিনেতা হিচাপে লৈ, মনীষ শৰ্মাৰ পৰিচালনাত এখন ছবি নিৰ্মাণ কৰিব। [10] ২৫ মাৰ্চ ২০১৪ চনত ঘোষণা কৰা হ'ল যে গ্ৰেগ কেনমে শ্বাহৰুখক চৰিত্ৰানুযায়ী সজাব। ৩ডি স্কেনিং কৰা হ'ল শ্বাহৰুখ খানৰ। বাতৰি পোৱা গ'ল যে শ্বাহৰুখে ১৭ বছৰীয়া ল'ৰাৰ অভিনয় কৰিব, পিচে শ্বাহৰুখ সেই বাতৰি অসত্য বুলি প্ৰকাশ কৰিলে।

চিত্ৰ গ্ৰহণ

[সম্পাদনা কৰক]

জুলাই ২০১৪ চনত চিত্ৰ গ্ৰহণ মূল কাজ আৰম্ভ হয়। ছবিখন মুম্বাই, ক্ৰ'চিয়া, লণ্ডন আৰু দিল্লীত তোলা হ'ল।[11][12] এয়ে লণ্ডনৰ মেডেম টুচ'ত চিত্ৰিত প্ৰথম বোলছবি।[13]  ৭ আগষ্ট ২০১৫ চনত ছবিখনৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰা হ'ল।[14][15]

২৯ ফেব্ৰুৱাৰী ২০১৬ চনত ছবিখনৰ থিয়াট্ৰিকেল ট্ৰেইলাৰ মুক্ত হ'ল।

ফেন ছবিখন ২০১৫ চনৰ আগ ভাগত মুক্ত হোৱাৰ কথা আছিল যদিও হেপ্পি নিউ য়েৰৰ শ্বুটিঙত খানে পোৱা আহাটৰ বাবে সেয়া নহ'ল। ২০১৫ চনৰ ১৪ আগষ্টলৰ দিন ধাৰ্য কৰা হ'ল। .[6][16] পিচে জটিল দ্ৰৈশ্চিক প্ৰভাৱাদিৰ ব্যৱহাৰৰ বাবে সেই তাৰিখলৈকেও কাম সম্পূৰ্ণ নহ'ল। .[17] অন্তত, ১৫ এপ্ৰিল ২০১৬ চনত এই ছবিয়ে মুক্তি লাভ কৰিলে। .[18]

২৩ অক্টোবৰ ২০১৫ চনত, নিজৰ প্ৰকাৰৰ প্ৰথম, শ্বাহৰুখৰ প্ৰকৃত অনুৰাগী বা 'ফেন'ৰ স্থিৰচিত্ৰৰ কলাজ সম্বলিত ল'গ' মুক্ত কৰা হয়। .[19]

Untitled
বিশাল-শেখৰ কালক্ৰম
হেপী নিউ ইয়েৰ
(২০১৪)
ফেন
(২০১৬)
চুলতান
(২০১৬)
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "জবৰা ফেন (হিন্দী)"   নকাছ আজিজ ০৩:৪৫
2. "ঘৈণ্ট ফেন (পঞ্জাবী)"  শৈলেন্দৰ সোধীহৰভজন মন ০৩:৪৫
3. "ব্যাপক ফেন (বাংলা)"  প্ৰিয় চট্টোপাধ্যয়অনুপম ৰয় ০৩:৪৫
4. "জবৰদষ্ট ফেন (ভোজপুৰী)"  ৰঞ্জু সিনহামনোজ তেৱাৰী ০৩:৪৫
5. "জবৰো ফেন (গুজৰাটী)"  ৰোছন ঠকৰঅৰবিন্দ বেগড়া ০৩:৪৫
6. "জবৰা ফেন (মাৰাঠী)"  গুৰু ঠাকুৰঅৱধূত গুপ্তে ০৩:৪৫
7. "টক্কৰা ফেন (তামিল)"  বি. বিজয়নকাছ আজিজ ০৩:৪৫
8. "জবাৰ ফেন (উড়িয়া)"  বৰুণ গ্ৰ'ভাৰবৈভুকিশোৰ ০৩:৪৫
9. "ফেন থীম্"   বাদ্য যান্ত্ৰিক ০২:৪১
মুঠ দৈৰ্ঘ্য:
28:53

তথ্য সংগ্ৰহ 

[সম্পাদনা কৰক]
  1. 1 2 "Watch: Shah Rukh Khan in Fan's new song Jabra Fan". Deccan Chronicle. http://www.deccanchronicle.com/entertainment/bollywood/160216/watch-shah-rukh-khan-in-fan-s-new-song-jabra-fan.html.
  2. Hungama, Bollywood. "Fan Cast & Crew – Bollywood Hungama". Bollywood Hungama. Archived from the original on 1 December 2017. http://www.bollywoodhungama.com/movie/fan/cast/ আহৰণ কৰা হৈছে: 4 February 2018.
  3. "FAN (12A)". British Board of Film Classification. Archived from the original on 28 April 2016. http://www.bbfc.co.uk/releases/fan-film-0 আহৰণ কৰা হৈছে: 16 April 2016.
  4. 1 2 "Box Office: Worldwide Collections of Shah Rukh Khan's Fan". Bollywood Hungama. Archived from the original on 19 April 2016. http://www.bollywoodhungama.com/box-office/special-features/id/613 আহৰণ কৰা হৈছে: 20 April 2016.
  5. "Fan15April". Yash Raj Films. Yash Raj Films. 26 January 2016. http://www.yashrajfilms.com/Movies/MovieIndividual.aspx?MovieID=782447c0-9d21-4485-9966-de1996990670 আহৰণ কৰা হৈছে: 26 January 2016.
  6. 1 2 "Shahrukh Khan begins work on "FAN"". The Times of India. 25 March 2014. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Shahrukh-Khan-begins-work-on-FAN/articleshow/32648018.cms আহৰণ কৰা হৈছে: 19 August 2014.
  7. Kaushik, Tushar (February 1, 2016). "'SRK Doesn't Sleep, He Works Non-Stop!'". http://www.newindianexpress.com/education/edex/SRK-Doesnt-Sleep-He-Works-Non-Stop/2016/02/01/article3247867.ece.
  8. "Meet Waluscha De Sousa, Shah Rukh Khan's new leading lady". hindustantimes.com. http://www.hindustantimes.com/bollywood/meet-waluscha-de-sousa-shah-rukh-khan-s-new-leading-lady/story-6aOPAiaLbAQSHqNZWvMVyM.html আহৰণ কৰা হৈছে: 29 February 2016.
  9. "Shah Rukh made me feel comfortable on ‘Fan’ set: Waluscha De Sousa". indianexpress.com/. http://indianexpress.com/article/entertainment/bollywood/shah-rukh-khan-made-me-feel-comfortable-on-fan-set-waluscha-de-sousa/ আহৰণ কৰা হৈছে: 29 February 2016.
  10. "YRF’s next stars Shahrukh Khan in and as "FAN"". Yash Raj Films. Yash Raj Films. 16 December 2013. http://www.yashrajfilms.com/News/NewsDetails.aspx?newsid=df81eb1b-bb93-4e2f-a223-ddb04cf77b54 আহৰণ কৰা হৈছে: 16 December 2013.
  11. "Shah Rukh Khan relives his 'Fauji' days while shooting for upcoming film 'Fan'". Daily News and Analysis. Press Trust of India. 17 May 2014. http://www.dnaindia.com/entertainment/report-shah-rukh-khan-relives-his-fauji-days-while-shooting-for-upcoming-film-fan-1989430 আহৰণ কৰা হৈছে: 19 August 2014.
  12. India (2015-03-18). "Shah Rukh Khan takes his movie ‘Fan’ to Croatia". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/shah-rukh-khan-takes-fan-to-croatia/ আহৰণ কৰা হৈছে: 2015-11-26.
  13. "Shah Rukh Khan Shoots Fan at Madame Tussauds". NDTVMovies.com. 2015-04-02. http://movies.ndtv.com/bollywood/shah-rukh-khan-shoots-fan-at-madame-tussauds-751709 আহৰণ কৰা হৈছে: 2015-11-26.
  14. "Fan shooting wrapped up". Bollywood hungama. 7 August 2015. http://www.bollywoodhungama.com/movies/news/type/view/id/15929138/sorttype/What's_New/Shah-Rukh-Khan-wraps-up-shoot-of-Yash-Raj-Films%27-Fan আহৰণ কৰা হৈছে: 8 August 2015.
  15. "Shah Rukh Khan didn't want 'Fan' journey to end". IANS. Times of India. 20 November 2015. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Shah-Rukh-Khan-didnt-want-Fan-journey-to-end/articleshow/49858980.cms আহৰণ কৰা হৈছে: 26 November 2015.
  16. "Shah Rukh Khan starrer Fan postponed owing to injury?". Daily Bhaskar. http://daily.bhaskar.com/news/ENT-shah-rukh-khan-starrer-fan-postponed-owing-to-injury-4510679-PHO.html আহৰণ কৰা হৈছে: 19 August 2014.
  17. "Shah Rukh Khan's 'Fan' release pushed to 2016". mid-day. 4 June 2015. http://www.mid-day.com/articles/shah-rukh-khans-fan-release-pushed-to-2016/16264170 আহৰণ কৰা হৈছে: 4 June 2015.
  18. "2 POWERHOUSES. 1 SPECIAL TRIBUTE.". Yash Raj Films. Yash Raj Films. 9 July 2015. http://www.yashrajfilms.com/News/NewsDetails.aspx?Typeid=&newsid=5c9be2b0-2df2-4b4d-9b44-ee1966e7d12b আহৰণ কৰা হৈছে: 9 July 2015.
  19. "#FAN Power Unleashed Like Never Before!". Yash Raj Films. Yash Raj Films. 23 October 2015. http://www.yashrajfilms.com/News/NewsDetails.aspx?NewsID=7e6b58e0-8412-42de-aff6-7a38819132d6 আহৰণ কৰা হৈছে: 23 October 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]