গুজৰাটী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Gujarati languageৰ পৰা পুনঃনিৰ্দেশিত)
গুজৰাটী
ગુજરાતી
গুজৰাতী
অঞ্চল ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তানজানিয়া, কেনিয়া, পাকিস্তান, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা
স্থানীয় ভাষিক
৪ কোটি ৬০ লাখ
ভাষা পৰিয়াল
লিখন প্ৰণালী গুজৰাটী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
গুজৰাট (ভাৰত)
ভাষা সংকেত
ISO 639-1 gu
ISO 639-2 guj
ISO 639-3 guj

গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।

গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।

গুজৰাটী বৰ্ণ আৰু সংখ্যা[সম্পাদনা কৰক]

અ આ ઇ ઈ ઉ ઊ ઋ
অ আ ই ঈ উ ঊ ঋ
એ ઐ ઍ ઓ ઔ ઑ
এ ঐ এ' ও ঔ অ'
ક ખ ગ ઘ ઙ ચ છ જ ઝ ઞ
ক খ গ ঘ ঙ চ ছ জ ঝ ঞ
ટ ઠ ડ ઢ ણ ત થ દ ધ ન
ট ঠ ড ঢ ণ ত থ দ ধ ন
પ ફ બ ભ મ ય ર લ વ
প ফ ব ভ ম য ৰ ৱ ল ৱ
શ ષ સ હ ળ
শ ষ স হ ল্
કા કિ કી કુ કૂ કૃ
কা কি কী কু কূ কৃ
કે કૈ કૅ કો કૌ કૉ કં કઃ
কে কৈ কে' কো কৌ ক' কং কঃ
૦ ૧ ૨ ૩ ૪ ૫ ૬ ૭ ૮ ૯
০ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯