বাৰ্তা:অসমৰ লোকস্থপতি
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 2 বছৰৰ পূৰ্বে by Nayan j Nath in topic অসমৰ লোকস্থপতি!
|
|
This article was created as part of Feminism and Folklore 2022 online edit-a-thon. |
|
অসমৰ লোকস্থপতি!
[সম্পাদনা কৰক]স্থপতি এক জাতিবাচক বিশেষ্য৷ ব্যক্তিক নিৰ্দেশ কৰা শব্দ৷ স্থাপত্য স্থপতিয়ে কৰা কাৰ্য৷ গতিকে, শিৰোনামটো ভুল হৈছে নেকি! চাবচোন৷ Pranamikaadhikary (বাৰ্তা) 18:31, 13 October 2023 (ইউ.টি.চি.)
- স্নাতকোত্তৰৰ অসমীয়া পাঠ্যপুথিত এইদৰেই পোৱা বাবে লিখা হৈছিল। মানুহক বুজালে স্থপতিবিদ বা স্থাপত্যবিদ হ'ব? Nayan j Nath (বাৰ্তা) 18:43, 13 October 2023 (ইউ.টি.চি.)