বাৰ্তা:আমাৰ সময়

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্য উৎস আৰু প্ৰথম প্ৰকাশ সম্পৰ্কে[সম্পাদনা কৰক]

অসম বাৰ্তা আৰু আমাৰ সময় নামৰ বাতৰি কাকত দুখনে প্ৰত্যেকে নিজকে “অসম বিলাসিনীৰ পিছত মাজুলিৰ পৰা প্ৰকাশিত দ্বিতীয়খন সাপ্তাহিক বাতৰি কাকত” বুলি দাবী কৰিছে। কিন্তু দুয়োখন কাকতৰে কোনো বিশ্বাসযোগ্য তথ্য−উৎস নাই। যিহেতু নিজৰ ৱেবছাইটৰ তথ্যক ৱিকিত প্ৰাধান্য দিয়া নহয়, সেয়ে দুয়োখন কাকতৰে প্ৰবন্ধ পৃষ্ঠাৰ পৰা এই বিষয়টো আঁতৰাই দিবলৈ আহ্বান জনালোঁ। দিব্য দত্ত (বাৰ্তা) 13:45, 1 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 কৰা হ'ল --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 14:14, 1 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]