বাৰ্তা:কা (আহোম বৰ্ণমালা)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

একত্ৰিত প্ৰবন্ধ[সম্পাদনা কৰক]

বৰ্ণমালাৰ আখৰসমূহৰ বিষয়ে সুকীয়া প্ৰবন্ধকেইটা অতি সৰু হোৱাৰ বাবে দৃষ্টিকটূ যেন ভাব হৈছে। গোটেইকেইটা বৰ্ণ একগোট কৰি আহোম বৰ্ণমালা বুলি একেটা মাত্ৰ পৃষ্টাতে গোটেই বৰ্ণকেইটাৰ বিষয়ে লিখিব পাৰি। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 14:06, 11 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

একমতআহোম লিপি নামৰ প্ৰবন্ধ এটা আছেই, তাতো যোগ কৰিব পৰা যায়। --SlowPhoton (talk) 14:13, 11 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰবন্ধটো ৱিকিপিডিয়াতকৈ ৱিকি অভিধান থকা ধৰণৰহে হৈছে। দিব্য দত্ত (বাৰ্তা) 11:25, 8 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]