বাৰ্তা:নিচি জনগোষ্ঠী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিশি > নিচি[সম্পাদনা কৰক]

উচ্চাৰণ অনুসৰি অসমীয়াত নিচি বা নিছি জনগোষ্ঠী বুলিহে সচৰাচৰ প্ৰচলিত। শব্দ ডট অৰ্গত নিচি বুলি আছে।-Chandan Chiring Phukon Chat 04:02, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Thesaurabhsaha অনুগ্ৰহ কৰি মন কৰিব।-Chandan Chiring Phukon Chat 04:03, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 
প্ৰথমতে প্ৰবন্ধটোত মই নিছি জনগোষ্ঠী বুলিয়েই দিছিলোঁ। যদিওবা অৰুণাচল প্ৰদেশ নামৰ প্ৰবন্ধটোৰ "জনগাঁঠনি" অংশত নিশি বুলি উল্লেখ কৰা আছে। তাকে ভিত্তি কৰি পৃষ্ঠাটো স্থানান্তৰ কৰা হৈছিল।
Thesaurabhsaha (বাৰ্তা) 05:24, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 
ইন্টাৰনেটত উপলব্ধ লেখসমূহৰ ওপৰত ভিত্তি কৰি প্ৰবন্ধটো "নিচি জনগোষ্ঠী" কৰি দিয়া হৈছে।
Thesaurabhsaha (বাৰ্তা) 05:38, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 
@Thesaurabhsaha হয়। ভাষাটোৰ ক্ষেত্ৰটো এনে কৰা ভাল হ'ব মোৰ বোধেৰে। -Chandan Chiring Phukon Chat 05:44, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]