বাৰ্তা:বনগাঁও সভা মহোৎসৱ
বিষয় যোগ কৰকঅৱয়ব
সময়ৰ অভাৱত একেবাৰে লিখিব নোৱাৰা বাবে এই প্ৰবন্ধটিৰ তলত (সম্পাদনা চলি আছে) বুলি লিখা হৈছিল, যিটো বিষ্ণু শইকীয়াই কোনো বাৰ্তা নপঠোৱাকৈ সম্পাদনা কৰি আঁতৰাই দিছে| দ্বিতীয়তে, লেখাটো বিজ্ঞাপন বুলি কব বিচৰা হৈছে| তেন্তে কামাখ্যা মন্দিৰত বছৰি হোৱা অম্বুবাচী মেলাৰ কথা লিখিলে সেয়াও বিজ্ঞাপন হব নেকি ? লগতে অসমৰ্থিত ভাষ্য কি ব্যৱহাৰ কৰা হৈছে জনাবলৈ অনুৰোধ জনালো|
ধ্ৰুৱজ্যোতি শৰ্ম্মা 11:43, 25 মে' 2012 (UTC)
- এতিয়া জ্যোতিয়ে অলপ সালসলনি কৰি দিছে। আপুনি লিখিবৰ বাবে অলপ দীঘলীয়া সময় ল'লে প্ৰবন্ধটোত ওপৰত {{সম্পাদনা দ্বন্দ}} বা {{under construction}} বুলি লিখি থ'ব। এনে ধৰণৰ প্ৰবন্ধ লিখিলে কাৰ্যসূচীখন দিয়াৰ প্ৰয়োজন নাই। তৃতীয়তে তথ্যসূত্ৰত উল্লেখ কৰা স্মৰণিকাখনৰ প্ৰকাশৰ বছৰ, পৃষ্ঠা সংখ্যা, লিখনি আদি সকলো ইয়াত লিখি দিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 17:48, 25 মে' 2012 (UTC)
ধন্যবাদ | - ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 04:34, 28 মে' 2012 (UTC)
- ধ্রুৱদা, সৰু কথা এটা কৈছোঁ দেই। "কৈহটীয়া ঢুলীয়া" বুলি নিদি "কৈহাটীৰ ঢুলীয়া" বুলি দিব পাৰে । কৈহাটী পৃষ্ঠাখন ইতিমধ্যে সৃষ্টি কৰা আছেই যেতিয়া এনেকৈ দিলে কোনোবাই সেইখন পৃষ্ঠা চাব বিচাৰিলেও চাব পাৰিব। মই নিজেই সলাই দিব পাৰিলোঁহেতেন, কিন্তু সম্পাদনা নকৰিবলৈ টেগটো দি থোৱা বাবে নকৰিলোঁ । - স্যামন্ত কুমাৰ গোস্বামী বার্তা 04:09, 12 জুন 2012 (UTC)
- শ্যামন্ত, ধন্যবাদ| এতিয়া সম্পাদনা টেগ আঁতৰাই দিয়া হ’ল| প্ৰয়োজন সাপেক্ষে প্ৰয়োজনীয় সা-সলনি তুমিও কৰি দিব পাৰিবা| ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 08:18, 12 জুন 2012 (UTC)
- নাই নাই, সুন্দৰ প্রৱন্ধটো লিখা বাবে আপোনালৈহে ধন্যবাদ। মই তথ্যসূত্রখিনি ঠায়ে-ঠায়ে মিলাই দিছিলোঁ। পাৰিলে এবাৰ চকু ফুৰাবচোন। [1] মানে বনগাঁও সভা মহোৎসৱৰ স্মৃতিগ্ৰন্থ, বনগাঁও সভা মহোৎসৱৰ ইতিবৃত্তি, অখিল চন্দ্ৰ শৰ্মা, পৃ. ১২ আৰু [2] খন হ'ল বনগাঁও সভা মহোৎসৱৰ স্মৃতিগ্ৰন্থ, বিহঙ্গম দৃষ্টিত বনগাঁওৰ শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ, শ্ৰীকনক চন্দ্ৰ মধি, পৃষ্ঠা ১৯ । মই অনুমানতহে দিছোঁ - ভুল আছে যদি মানে ক'ৰবাত [1] ৰ ঠাইত [2] দিছোঁ যদি জনাবচোন বা আপুনি সলাই দিলেও হ'ব। - স্যামন্ত কুমাৰ গোস্বামী বার্তা 09:16, 12 জুন 2012 (UTC)
- আচলতে দুয়োটা প্ৰবন্ধতে গোটেই কথাখিনি আছে| কোনোৱাটোত নিয়ম-নীতিৰ কথা বেছিকৈ আছে আৰু কোনোৱাটোত ইতিবৃত্ত বেছিকৈ আছে| গতিকে সেইখিনি নিদিলেও হ’লহেতেন | তথাপি দিছা যেতিয়া থাকক বাৰু| ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 09:35, 12 জুন 2012 (UTC)
- নাই নাই, সুন্দৰ প্রৱন্ধটো লিখা বাবে আপোনালৈহে ধন্যবাদ। মই তথ্যসূত্রখিনি ঠায়ে-ঠায়ে মিলাই দিছিলোঁ। পাৰিলে এবাৰ চকু ফুৰাবচোন। [1] মানে বনগাঁও সভা মহোৎসৱৰ স্মৃতিগ্ৰন্থ, বনগাঁও সভা মহোৎসৱৰ ইতিবৃত্তি, অখিল চন্দ্ৰ শৰ্মা, পৃ. ১২ আৰু [2] খন হ'ল বনগাঁও সভা মহোৎসৱৰ স্মৃতিগ্ৰন্থ, বিহঙ্গম দৃষ্টিত বনগাঁওৰ শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ, শ্ৰীকনক চন্দ্ৰ মধি, পৃষ্ঠা ১৯ । মই অনুমানতহে দিছোঁ - ভুল আছে যদি মানে ক'ৰবাত [1] ৰ ঠাইত [2] দিছোঁ যদি জনাবচোন বা আপুনি সলাই দিলেও হ'ব। - স্যামন্ত কুমাৰ গোস্বামী বার্তা 09:16, 12 জুন 2012 (UTC)
- আচ্ছা ! স্যামন্ত কুমাৰ গোস্বামী বার্তা 10:57, 12 জুন 2012 (UTC)
বনগাঁও সভা মহোৎসৱৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন বনগাঁও সভা মহোৎসৱক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।