বাৰ্তা:বুৰঞ্জী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বুৰঞ্জী শব্দটো সদায়ে History-ৰ পূৰ্ণ সমাৰ্থক নহয় বোধকৰোঁ। এইটো এটা ভিন্ন প্ৰৱন্ধ হ'ব পাৰে। গতিকে এই প্ৰৱন্ধটোৰ পৰা ইতিহাসলৈ পুনৰ্নিৰ্দেশটো বাতিল কৰিবলৈ প্ৰস্তাৱ এটা ৰাখিলো। --চন্দন চিৰিং ফুকন (talk) 03:31, 4 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ঠিকেই কৈছা। সেইবাবে আগৰ "বুৰঞ্জী" প্ৰবন্ধটো "ইতিহাস" কৰিছিলোঁ। পুনঃনিৰ্দেশটো থাকি গ'ল। সদ্যহতে সেইটো মচি থওঁ। — গীতাৰ্থ বৰদলৈ (talk) 09:07, 4 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অসমীয়া লিখকে বুৰঞ্জী আৰু ইতিহাস দুয়োটাকে সমাৰ্থক হিচাবে ব্যৱহাৰ কৰা দেখা যায়। Psneog (talk) 15:26, 7 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

I fail to see the reason for proposing this article to be merged with অসম বুৰঞ্জী. Here, বুৰঞ্জী means a written account of historical events (keeping of which was widely practised in Assam in the middle ages) and is NOT by any means about the history of Assam. বুৰঞ্জী are, as the article itself clearly states, numerous chronicles written in Ahom and Assamese language and NOT at all same as history. --চন্দন চিৰিং ফুকন (talk) 03:18, 10 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

একত্ৰীকৰণ নালাগে। দুয়োটা বেলেগ প্ৰবন্ধ। তাতকৈ "অসম বুৰঞ্জী" প্ৰবন্ধটো "অসমৰ ইতিহাস" কৰিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 17:04, 10 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বুৰঞ্জী একপ্ৰকাৰৰ ইতিহাস কিন্তু সকলো ইতিহাস বুৰঞ্জী নহয়। অসমৰ বুৰঞ্জী অসমৰ ইতিহাসৰ এটা অংশহে মাত্ৰ। সেইবাবে দুয়োটা প্ৰৱন্ধ পৃথকৈ থকা উচিত। দিব্য দত্ত (বাৰ্তা) 20:48, 11 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Agree with Gitartha বিষ্ণু শইকীয়া 10:21, 27 June 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]