বাৰ্তা:মাইকীমুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নয়ন জ্যোতি নাথ "মাইকীমুৱা" প্ৰবন্ধটোত কৰা Vandalism সন্দৰ্ভত[সম্পাদনা কৰক]

@Nayan j Nath ছবিখন বিষয়বস্তুটোৰ লগত সম্পৰ্কিত আছিল। আৰু আপোনাৰ লগত সেই সন্দৰ্ভত কৰা আলোচনাও কৰা হৈছিল। তথাপি আপুনি সেয়া ৰিমুব কৰিছিল। সেয়েহে, এই প্ৰবন্ধটো বাৰেপতি পূৰ্ব্ববত নকৰিবলৈ সকিয়াই দিছোঁ।

Thesaurabhsaha (বাৰ্তা) 12:27, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@দিব্য দত্ত @Chiring chandan @Kuldhar Rabha অনুগ্ৰহ কৰি মন কৰিব।
Thesaurabhsaha (বাৰ্তা) 12:31, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
“বিহিত ব্যৱস্থা লোৱা হ’ব” মানে আপুনি কি বুজাইছে? ৱিকিপিডিয়াত এনে শব্দ ব্যৱহাৰ কৰা অনুচিত। দিব্য দত্ত (বাৰ্তা) 12:35, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বাৰু সেই শব্দ ব্যৱহাৰ কৰাটো উচিত হোৱা নাই বুলি মই মানি লৈছোঁ।
Thesaurabhsaha (বাৰ্তা) 12:37, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰবন্ধটোৰ সৈতে আপোনালোক দুয়োজনে দিয়া এখন ছবিও সম্পৰ্ক থকা যেন লগা নাই আৰু মূল ইংৰাজী প্ৰবন্ধটোতো কোনো ছবি নাই। সেয়ে প্ৰবন্ধটোত ছবি নাথাকিলেও হ’ব চাগে। দিব্য দত্ত (বাৰ্তা) 12:48, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
চিত্ৰ নথকাৰ কথাটোতে সমৰ্থন জনালোঁ। আশাকৰোঁ বিষয়টো ইমানতে সমাপ্ত কৰা হ'ব।- চন্দন চিৰিং ফুকন ||✉️ 12:52, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]