বাৰ্তা:শাজিবু নোংমা পানবা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

@দিব্য দত্ত: নমস্কাৰ! লেখাটোৰ শিৰোনাম শ্বজিবু নোংমা পানবা ৰ পৰা শাজিবু নোংমা পানবা (মণিপুৰী ভাষা অনুসৰি শুদ্ধ উচ্চাৰণ) লৈ সলনি কৰিব পাৰিবনে? ৱাসিম (وسيم) (বাৰ্তা) 20:22, 29 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ছাজিবু, শ্বাজিবু আৰু শাজিবু এই তিনিটা বিকল্প হ’ব পাৰে। সেয়ে বিষয়টো আলোচনা কৰি সিদ্ধান্ত লোৱা উচিত। দিব্য দত্ত (বাৰ্তা) 02:27, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Haoreimaৰ মত সমৰ্থন কৰিছো। ইংৰাজী বানানৰ সতে সংগতি ৰাখি শাজিবু (Sajibu) নোংমা পানবালৈ স্থানান্তৰৰ প্ৰস্তাব আগবঢ়াইছো। বাবুল বৈশ্য (বাৰ্তা) 13:05, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 কৰা হ'ল দিব্য দত্ত (বাৰ্তা) 13:09, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]