বাৰ্তা:সুদেষ্ণা সিন্‌হা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৰিডাইৰেক্ট[সম্পাদনা কৰক]

"সুদেষ্ণা সিন্হা" নামেৰে Joli Rumi-এ প্ৰবন্ধ এটা সৃষ্টি কৰিছিল। কিন্তু যিহেতু Ishanjyotiboraই ইতিমধ্যে ২০২০ চনতে একেটা বিষয়ত প্ৰবন্ধ এটা লিখিছেই আৰু তেওঁ লিখা প্ৰবন্ধটো সকলো দিশৰ পৰা পূৰ্ণাংগ, সেয়েহে Joli Rumi-ৰ প্ৰবন্ধটো তেওঁৰ সদস্য পৃষ্ঠালৈ স্থানান্তৰ আৰু "সুদেষ্ণা সিন্হা"ক "সুদেষ্ণা সিন্‌হা"লৈ পুনঃনিৰ্দেশ কৰা হ'ল। বাবুল বৈশ্য (বাৰ্তা) 16:52, 20 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]