সাহিত্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
11 নং শাৰী: 11 নং শাৰী:
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}
[https://www.learningpointassam.com/2023/06/ba-4th-semester-assamese-skill.html/ সৃজনীমূলক সাহিত্য - BA 4th Semester Assamese Skill Notes (ALL) ]


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

01:04, 26 June 2023ৰ সংস্কৰণ


সাহিত্য
প্ৰধান ক্ষেত্ৰ

উপন্যাস · কবিতা · নাটক
চুটি গল্প · চুটি উপন্যাস

গোত্ৰ

মহাকাব্য · গীতি-কাব্য · নাটক
প্ৰেমধৰ্মী · বিদ্ৰুপাত্মক
বিয়োগাত্মক · হাস্যৰসাত্মক
হাস্য-বিয়োগাত্মক

মাধ্যম

অভিনয় (নাট্যমঞ্চ বা থিয়েটাৰ) · গ্ৰন্থ

কৌশল

গদ্য · পদ্য

ইতিহাস আৰু তালিকা

সাহিত্যৰ ক্ৰম বিকাশ
সাহিত্য বিষয়ক সূচীকৰণ
সাহিত্যৰ ইতিহাস · আধুনিক সাহিত্যৰ ইতিহাস
গ্ৰন্থৰ তালিকা · লিখকসকলৰ তালিকা
সাহিত্য পুৰস্কাৰ · কাব্যিক পুৰস্কাৰ

আলোচনা

সাহিত্য সমালোচনা · সাহিত্য তত্ত্ব · সাহিত্য-সাময়িকী

লিখন-শিল্পক এক কথাত সাহিত্য (ইংৰাজী: literature) বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য

‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে। সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।

লগতে চাওক

তথ্য সংগ্ৰহ

সৃজনীমূলক সাহিত্য - BA 4th Semester Assamese Skill Notes (ALL)

বাহ্যিক সংযোগ