বাম্বোল পিটা উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
উচ্চাৰিত
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''বাম্বোল পিটা উৎসৱ''' [[ভাদ]] মাহৰ পূৰ্ণিমা তিথিত [[নামনি অসম]]ৰ [[দৰং]] জিলাৰ বিভিন্ন অঞ্চলৰ লগতে [[বাক্সা]], [[তামুলপুৰ]] আদি এক বিস্তীৰ্ণ অঞ্চলত মহখেদা উৎসৱৰ শাৰীৰ এটা জনপ্ৰিয় উৎসৱ হ’ল বাম্বোল পিটা। [[মহোহো]]ৰ দৰে এই উৎসৱতো উক্ত অঞ্চলৰ ডেকাহঁতে হাতত টোকোন, টকা পেঁপা আৰু হুলাবৰি লৈ ঘৰে ঘৰে গৈ গীত গাই নৃত্য কৰে আৰু হাতত নিয়া টোকোন আৰু হুলাবাৰিৰে চোতালত খুন্দিয়াই গৃহস্থৰ পৰা পা-পইচা আদায় কৰে। এই উৎসৱ গোটেই শুক্লপক্ষ জুৰি চলে। অৱশেষত সংগৃহীত ধনেৰে প্ৰীতিভোজ খায়। এই উৎসৱৰ মাজেদি গাঁৱলীয়া চহা জীৱনৰ মুকলিমূৰীয়া ছবি এখন প্ৰকাশিত হয়। ভাদ মাহত ৰাইজৰ ধান খেতিৰ ৰোৱা শেষ হয়। ৰবি শস্যৰ কাম আৰম্ভ হ’বলৈও সময় থাকে। গতিকে খেতিয়কসকলে মুকলি মনেৰে কেইটামান দিন আনন্দ উৎসৱ কৰাৰ সুযোগ পায়।
'''বাম্বোল পিটা উৎসৱ''' [[ভাদ]] মাহৰ পূৰ্ণিমা তিথিত [[নামনি অসম]]ৰ [[দৰং]] জিলাৰ বিভিন্ন অঞ্চলৰ লগতে [[বাক্সা]], [[তামুলপুৰ]] আদি এক বিস্তীৰ্ণ অঞ্চলত মহখেদা উৎসৱৰ শাৰীৰ এটা জনপ্ৰিয় উৎসৱ হ’ল বাম্বোল পিটা। [[মহোহো]]ৰ দৰে এই উৎসৱতো উক্ত অঞ্চলৰ ডেকাহঁতে হাতত টোকোন, টকা পেঁপা আৰু হুলাবৰি লৈ ঘৰে ঘৰে গৈ গীত গাই নৃত্য কৰে আৰু হাতত নিয়া টোকোন আৰু হুলাবাৰিৰে চোতালত খুন্দিয়াই গৃহস্থৰ পৰা পা-পইচা আদায় কৰে। এই উৎসৱ গোটেই শুক্লপক্ষ জুৰি চলে। অৱশেষত সংগৃহীত ধনেৰে প্ৰীতিভোজ খায়। এই উৎসৱৰ মাজেদি গাঁৱলীয়া চহা জীৱনৰ মুকলিমূৰীয়া ছবি এখন প্ৰকাশিত হয়। ভাদ মাহত ৰাইজৰ ধান খেতিৰ ৰোৱা শেষ হয়। ৰবি শস্যৰ কাম আৰম্ভ হ’বলৈও সময় থাকে। গতিকে খেতিয়কসকলে মুকলি মনেৰে কেইটামান দিন আনন্দ উৎসৱ কৰাৰ সুযোগ পায়।
বাম্বোল পিটা উৎসৱটোৰ নামাকৰণক লৈ বিভিন্ন মত প্ৰচলিত হৈ থকা দেখা পোৱা যায়। কোনো কোনোৰ মতে এই শব্দটোৱে ১৮৬৪-১৮৬৬ চনত সংঘটিত বৃটিছ আৰু ভূটীয়া ৰজাৰ মাজত হোৱা ৰণৰ স্মৃতি বহন কৰে। এই ৰণত [[বৃটিছ]]ৰ সেনাধ্যক্ষ আছিল কৰ্ণেল কেম্ববেল। তেওঁৰ নিৰ্দেশত ভূটান আৰু বৰ্তমানৰ বাক্সা অঞ্চলৰ বহুলোকৰ প্ৰাণ লোৱা হৈছিল। এই ঘটনাই স্থানীয় লোকক বিদ্ৰোহী কৰি তুলিছিল। ভূটীয়া ৰজাৰ লগতে স্থানীয় লোকেও কেম্পবেল চাহাবক পিটিবলৈ টাঙোন বা টোকন লৈ যুদ্ধত যোগ দিছিল। কেম্পবেল চাহাবৰ নামটো স্থানীয় লোকৰ মুখত পৰি ভুলকৈ "বাম্বেল" বা "বাম্বোল" বুলি উচ্চাৰিত হোৱাত সিয়েই পিছলৈ "বাম্বোলপিটা" নামে পৰিচিত হয় বুলি জনশ্ৰুতিয়ে কয়। এনে পৰিস্থিতিৰ পৰাই বাম্বোল পিটা উৎসৱ আৰু বাম্বোল পিটা গীতৰ জন্ম হোৱা বুলি জনশ্ৰুতিৰ প্ৰচলন আছে। কিন্তু প্ৰকৃততে বাম্বোলৰ অৰ্থ হ’ল "বাম্" মানে বাঁহ আৰু "বোল" মানে টুকুৰাই কোৱা বা গোৱা। অৰ্থাৎ দীঘল বাঁহ এডালত সৰু বাঁহৰ টুকুৰাৰে কোবাই কোবাই গোৱা গীতকেই বাম্বোল পিটা গীত বুলি কোৱা হয়।<ref name="বাম্বোল পিটা উৎসৱ">{{cite book | title=অসমৰ সংস্কৃতি-কোষ | publisher=জ্যোতি প্ৰকাশন | author=নাৰায়ণ দাস (মুখ্য সম্পাদক), পৰমানন্দ ৰাজবংশী (সম্পাদক) | year=২০১৪ | location=গুৱাহাটী}}</ref>
বাম্বোল পিটা উৎসৱটোৰ নামকৰণক লৈ বিভিন্ন মত প্ৰচলিত হৈ থকা দেখা পোৱা যায়। কোনো কোনোৰ মতে এই শব্দটোৱে ১৮৬৪-১৮৬৬ চনত সংঘটিত বৃটিছ আৰু ভূটীয়া ৰজাৰ মাজত হোৱা ৰণৰ স্মৃতি বহন কৰে। এই ৰণত [[বৃটিছ]]ৰ সেনাধ্যক্ষ আছিল কৰ্ণেল কেম্ববেল। তেওঁৰ নিৰ্দেশত ভূটান আৰু বৰ্তমানৰ বাক্সা অঞ্চলৰ বহুলোকৰ প্ৰাণ লোৱা হৈছিল। এই ঘটনাই স্থানীয় লোকক বিদ্ৰোহী কৰি তুলিছিল। ভূটীয়া ৰজাৰ লগতে স্থানীয় লোকেও কেম্পবেল চাহাবক পিটিবলৈ টাঙোন বা টোকন লৈ যুদ্ধত যোগ দিছিল। কেম্পবেল চাহাবৰ নামটো স্থানীয় লোকৰ মুখত পৰি ভুলকৈ "বাম্বেল" বা "বাম্বোল" বুলি উচ্চাৰিত হোৱাত সিয়েই পিছলৈ "বাম্বোলপিটা" নামে পৰিচিত হয় বুলি জনশ্ৰুতিয়ে কয়। এনে পৰিস্থিতিৰ পৰাই বাম্বোল পিটা উৎসৱ আৰু বাম্বোল পিটা গীতৰ জন্ম হোৱা বুলি জনশ্ৰুতিৰ প্ৰচলন আছে। কিন্তু প্ৰকৃততে বাম্বোলৰ অৰ্থ হ’ল "বাম্" মানে বাঁহ আৰু "বোল" মানে টুকুৰাই কোৱা বা গোৱা। অৰ্থাৎ দীঘল বাঁহ এডালত সৰু বাঁহৰ টুকুৰাৰে কোবাই কোবাই গোৱা গীতকেই বাম্বোল পিটা গীত বুলি কোৱা হয়।<ref name="বাম্বোল পিটা উৎসৱ">{{cite book | title=অসমৰ সংস্কৃতি-কোষ | publisher=জ্যোতি প্ৰকাশন | author=নাৰায়ণ দাস (মুখ্য সম্পাদক), পৰমানন্দ ৰাজবংশী (সম্পাদক) | year=২০১৪ | location=গুৱাহাটী}}</ref>


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

[[শ্ৰেণী:অসমৰ উৎসৱসমূহ]]

06:18, 11 December 2020ৰ সংস্কৰণ

বাম্বোল পিটা উৎসৱ ভাদ মাহৰ পূৰ্ণিমা তিথিত নামনি অসমদৰং জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বাক্সা, তামুলপুৰ আদি এক বিস্তীৰ্ণ অঞ্চলত মহখেদা উৎসৱৰ শাৰীৰ এটা জনপ্ৰিয় উৎসৱ হ’ল বাম্বোল পিটা। মহোহোৰ দৰে এই উৎসৱতো উক্ত অঞ্চলৰ ডেকাহঁতে হাতত টোকোন, টকা পেঁপা আৰু হুলাবৰি লৈ ঘৰে ঘৰে গৈ গীত গাই নৃত্য কৰে আৰু হাতত নিয়া টোকোন আৰু হুলাবাৰিৰে চোতালত খুন্দিয়াই গৃহস্থৰ পৰা পা-পইচা আদায় কৰে। এই উৎসৱ গোটেই শুক্লপক্ষ জুৰি চলে। অৱশেষত সংগৃহীত ধনেৰে প্ৰীতিভোজ খায়। এই উৎসৱৰ মাজেদি গাঁৱলীয়া চহা জীৱনৰ মুকলিমূৰীয়া ছবি এখন প্ৰকাশিত হয়। ভাদ মাহত ৰাইজৰ ধান খেতিৰ ৰোৱা শেষ হয়। ৰবি শস্যৰ কাম আৰম্ভ হ’বলৈও সময় থাকে। গতিকে খেতিয়কসকলে মুকলি মনেৰে কেইটামান দিন আনন্দ উৎসৱ কৰাৰ সুযোগ পায়। বাম্বোল পিটা উৎসৱটোৰ নামকৰণক লৈ বিভিন্ন মত প্ৰচলিত হৈ থকা দেখা পোৱা যায়। কোনো কোনোৰ মতে এই শব্দটোৱে ১৮৬৪-১৮৬৬ চনত সংঘটিত বৃটিছ আৰু ভূটীয়া ৰজাৰ মাজত হোৱা ৰণৰ স্মৃতি বহন কৰে। এই ৰণত বৃটিছৰ সেনাধ্যক্ষ আছিল কৰ্ণেল কেম্ববেল। তেওঁৰ নিৰ্দেশত ভূটান আৰু বৰ্তমানৰ বাক্সা অঞ্চলৰ বহুলোকৰ প্ৰাণ লোৱা হৈছিল। এই ঘটনাই স্থানীয় লোকক বিদ্ৰোহী কৰি তুলিছিল। ভূটীয়া ৰজাৰ লগতে স্থানীয় লোকেও কেম্পবেল চাহাবক পিটিবলৈ টাঙোন বা টোকন লৈ যুদ্ধত যোগ দিছিল। কেম্পবেল চাহাবৰ নামটো স্থানীয় লোকৰ মুখত পৰি ভুলকৈ "বাম্বেল" বা "বাম্বোল" বুলি উচ্চাৰিত হোৱাত সিয়েই পিছলৈ "বাম্বোলপিটা" নামে পৰিচিত হয় বুলি জনশ্ৰুতিয়ে কয়। এনে পৰিস্থিতিৰ পৰাই বাম্বোল পিটা উৎসৱ আৰু বাম্বোল পিটা গীতৰ জন্ম হোৱা বুলি জনশ্ৰুতিৰ প্ৰচলন আছে। কিন্তু প্ৰকৃততে বাম্বোলৰ অৰ্থ হ’ল "বাম্" মানে বাঁহ আৰু "বোল" মানে টুকুৰাই কোৱা বা গোৱা। অৰ্থাৎ দীঘল বাঁহ এডালত সৰু বাঁহৰ টুকুৰাৰে কোবাই কোবাই গোৱা গীতকেই বাম্বোল পিটা গীত বুলি কোৱা হয়।[1]

তথ্য সংগ্ৰহ

  1. নাৰায়ণ দাস (মুখ্য সম্পাদক), পৰমানন্দ ৰাজবংশী (সম্পাদক) (২০১৪). অসমৰ সংস্কৃতি-কোষ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.