ভাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
০১
19
০২
20
০৩
21
০৪
22
০৫
23
০৬
24
০৭
25
০৮
26
০৯
27
১০
28
১১
29
১২
30
১৩
31
১৪
01
১৫
02
১৬
03
১৭
04
১৮
05
১৯
06
২০
07
২১
08
২২
09
২৩
10
২৪
11
২৫
12
২৬
13
২৭
14
২৮
15
২৯
16
৩০
17
৩১
18
১৪৩০ ভাস্কৰাব্দ

ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] ভাদত ৩১ দিন থাকে।[2] এই ভাদ মাহতেই দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি।[3] ১ ভাদ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি নামঘৰত দৈনিক নাম প্ৰসংগ কৰে।

অন্য পঞ্জিকাত ভাদৰ সমসাময়িক মাহ[সম্পাদনা কৰক]

অসমীয়া পঞ্জিকাত ভাদ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাআগষ্ট আৰু ছেপ্টেম্বৰ হয়। ভাদ আগষ্টৰ ১৮ তাৰিখ বা ১৯ আগষ্টত আৰম্ভ হয় আৰু ছেপ্টেম্বৰৰ মধ্যলৈকে থাকে।[2] ভাদ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত শ্ৰাৱন মাহ চলি থাকে।[1]

উৎসৱ পৰ্ব, দিৱস আদি[সম্পাদনা কৰক]

  1. ১ভাদ -- নাম-প্ৰসংগৰ আৰম্ভণি।
  2. ৩ভাদ -- শংকৰদেৱৰ তিৰোভাৱ তিথি (১৪২৬), শুক্লা প্ৰতিপদ তিথি।
  3. ৬ভাদ -- গণেশ চতুৰ্থী
  4. ১৩ভাদ -- কৰম পূজা
  5. ১৪ভাদ -- মহৰম
  6. ২০ভাদ(৫ছেপ্টেম্বৰ) -- আনন্দ চন্দ্ৰ আগৰৱালা, ড॰ সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন (শিক্ষক দিৱস), সলিল চৌধুৰী, মাদাৰ টেৰেছা, ইন্দিৰা মিৰিৰ স্মৃতি দিৱস (১৪২৬), শুক্লা সপ্তমী তিথি।
  7. ২২ভাদ -- মাধৱদেৱৰ তিৰোভাৱ তিথি।
  8. ২৪ভাদ -- শ্ৰীকৃষ্ণজন্মাষ্টমী
  9. ৩০ভাদ -- ঠাকুৰ অনুকূলচন্দ্ৰৰ আবিৰ্ভাৱ তিথি।
  10. ৩১ভাদ -- শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Assamese months names". http://hindupad.com/assamese-months/. 
  2. 2.0 2.1 বৰকটকী কোম্পানী, যোৰহাট
  3. ৰঞ্জিত গোবিন্দ বৰা. "নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা". বিকাশপেডিয়া. http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a89be9ae9f0-9ae9be9b9-9ad9be9a6-9869f09c1-9ac9f09a69f19be-9ac9f09aa9c799f9be/। আহৰণ কৰা হৈছে: ২০ আগষ্ট ২০১৯.