ভাদ
অৱয়ব
August | ভাদ | September | ||||
দে | সো | ম | বু | বৃ | শু | শ |
০১ 18 |
০২ 19 |
০৩ 20 |
০৪ 21 |
০৫ 22 |
০৬ 23 |
০৭ 24 |
০৮ 25 |
০৯ 26 |
১০ 27 |
১১ 28 |
১২ 29 |
১৩ 30 |
১৪ 31 |
১৫ 01 |
১৬ 02 |
১৭ 03 |
১৮ 04 |
১৯ 05 |
২০ 06 |
২১ 07 |
২২ 08 |
২৩ 09 |
২৪ 10 |
২৫ 11 |
২৬ 12 |
২৭ 13 |
২৮ 14 |
২৯ 15 |
৩০ 16 |
৩১ 17 |
||||
১৪৩১ ভাস্কৰাব্দ |
ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] ভাদত ৩১ দিন থাকে।[2] এই ভাদ মাহতেই দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি।[3] ১ ভাদ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি নামঘৰত দৈনিক নাম প্ৰসংগ কৰে।
অন্য পঞ্জিকাত ভাদৰ সমসাময়িক মাহ
[সম্পাদনা কৰক]অসমীয়া পঞ্জিকাত ভাদ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত আগষ্ট আৰু ছেপ্টেম্বৰ হয়। ভাদ আগষ্টৰ ১৮ তাৰিখ বা ১৯ আগষ্টত আৰম্ভ হয় আৰু ছেপ্টেম্বৰৰ মধ্যলৈকে থাকে।[2] ভাদ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত শ্ৰাৱন মাহ চলি থাকে।[1]
উৎসৱ পৰ্ব, দিৱস আদি
[সম্পাদনা কৰক]- ১ভাদ -- নাম-প্ৰসংগৰ আৰম্ভণি।
- শংকৰদেৱৰ তিৰোভাৱ তিথি (১৪২৬), শুক্লা প্ৰতিপদ তিথি।
- গণেশ চতুৰ্থী
- কৰম পূজা
- আনন্দ চন্দ্ৰ আগৰৱালা, ড॰ সৰ্ব্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন (শিক্ষক দিৱস), সলিল চৌধুৰী, মাদাৰ টেৰেছা, ইন্দিৰা মিৰিৰ স্মৃতি দিৱস (১৪২৬), শুক্লা সপ্তমী তিথি।
- মাধৱদেৱৰ তিৰোভাৱ তিথি।
- শ্ৰীকৃষ্ণৰজন্মাষ্টমী।
- ঠাকুৰ অনুকূলচন্দ্ৰৰ আবিৰ্ভাৱ তিথি।
- শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Assamese months names". http://hindupad.com/assamese-months/.
- ↑ 2.0 2.1 বৰকটকী কোম্পানী, যোৰহাট
- ↑ ৰঞ্জিত গোবিন্দ বৰা. "নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা". বিকাশপেডিয়া. http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a89be9ae9f0-9ae9be9b9-9ad9be9a6-9869f09c1-9ac9f09a69f19be-9ac9f09aa9c799f9be/। আহৰণ কৰা হৈছে: ২০ আগষ্ট ২০১৯.