শাওণ
July | শাওণ | August | ||||
দে | সো | ম | বু | বৃ | শু | শ |
০১ 18 |
০২ 19 |
০৩ 20 |
০৪ 21 |
০৫ 22 | ||
০৬ 23 |
০৭ 24 |
০৮ 25 |
০৯ 26 |
১০ 27 |
১১ 28 |
১২ 29 |
১৩ 30 |
১৪ 31 |
১৫ 01 |
১৬ 02 |
১৭ 03 |
১৮ 04 |
১৯ 05 |
২০ 06 |
২১ 07 |
২২ 08 |
২৩ 09 |
২৪ 10 |
২৫ 11 |
২৬ 12 |
২৭ 13 |
২৮ 14 |
২৯ 15 |
৩০ 16 |
৩১ 17 |
৩২ 18 |
|
১৪৩০ ভাস্কৰাব্দ |
শাওণ অসমীয়া বৰ্ষপঞ্জীৰ চতুৰ্থ মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] শাওণত ৩২ দিন থাকে।[2] ১শাওণ হ'ল এই মাহৰ প্ৰথম দিন। শ্ৰবণা নক্ষত্ৰৰ সূৰ্য অৱস্থানৰ বাবে এই মাহৰ নাম শ্ৰাৱণ বা শাওণ হৈছে।
অন্য পঞ্জিকাত শাওণৰ সমসাময়িক মাহ
[সম্পাদনা কৰক]অসমীয়া পঞ্জিকাত শাওণ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত জুলাই আৰু আগষ্ট হয়। শাওণ ১৬ বা ১৭ জুলাইত আৰম্ভ হয় আৰু আগষ্টৰ মধ্যলৈকে থাকে।[3] শাওণ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত আষাড় মাহ চলি থাকে।[4] এই মাহত শিল্পী সকলে দুৰ্গাপূজা , কালিপূজাৰ বাবে মূৰ্তি বনাবলৈ আৰম্ভ কৰে। [5]
প্ৰাকৃতিক পৰিৱৰ্তন
[সম্পাদনা কৰক]এই মাহ 'বৰ্ষা' ঋতুৰ সময়।[6][7] এই সময়ত অসমত ধাৰাসাৰ বৰষুণ হয়। অসমৰ বহু অঞ্চল বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। অসমৰ খেতি পথাৰত ৰোৱা কঠীয়াই পোখা মেলিবলৈ আৰম্ভ কৰে আৰু ধান গছৰ পাতৰ বৰণ গাঢ় সেউজীয়া হয়।
উৎসৱ-পাৰ্বন
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ http://hindupad.com/assamese-months/
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ http://hindupad.com/assamese-months/
- ↑ "Idols have name, fame but artisans see no future" (en ভাষাত). The Daily Star. 2007-10-22. http://www.thedailystar.net/news-detail-8288.
- ↑ "Bangabda - Banglapedia" (en ভাষাত). en.banglapedia.org. http://en.banglapedia.org/index.php?title=Bangabda। আহৰণ কৰা হৈছে: 2017-04-18.
- ↑ "Shurolok's tribute to Abdul Ahad" (en ভাষাত). The Daily Star. 2007-09-19. http://www.thedailystar.net/news-detail-4503.