বিশ্বকাপ ক্ৰিকেট ২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩
দিনাংক ৯ ফেব্ৰুৱাৰী – ২৬ মাৰ্চ ২০২৩
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ
ধৰণ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) ৰাউণ্ড ৰবিন আৰু নকআউট
আয়োজক(সমূহ) ভাৰত ভাৰত
দলৰ সংখ্যা ১৪

বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হ'বলগীয়া এক ক্ৰীড়া প্ৰতিযোগিতা।[1] ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়।[2] ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰিব। ১৯৮৭ (পাকিস্তানৰ সৈতে), ১৯৯৬ (পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে) আৰু ২০১১ (শ্ৰীলংকা আৰু বাংলাদেশৰ সৈতে) চনত যুটীয়াভাৱে তিনিবাৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এককভাৱে এই প্ৰতিযোগিতা অুনষ্ঠিত কৰিব।

Group stage[সম্পাদনা কৰক]

Group A[সম্পাদনা কৰক]

Team P W L T NR Pts NRR
 অষ্ট্ৰেলিয়া 0 0 0 0 0 0 0.000
 নিউজিলেণ্ড 0 0 0 0 0 0 0.000
 ইংলেণ্ড 0 0 0 0 0 0 0.000
 বাংলাদেশ 0 0 0 0 0 0 0.000
 ৱেষ্ট ইণ্ডিজ 0 0 0 0 0 0 0.000
 আফগানিস্তান 0 0 0 0 0 0 0.000
TBA 0 0 0 0 0 0 0.000
24 October 2020
19:00
আৰু

25 October 2020
14:00 (দি/নৈ)
আৰু

25 October 2020
14:00 (দি/নৈ)
আৰু
TBA

25 October 2020
14:00 (দি/নৈ)
আৰু

25 October 2020
14:00 (দি/নৈ)
আৰু

25 October 2020
14:00 (দি/নৈ)
আৰু

Group B[সম্পাদনা কৰক]

Team P W L T NR Pts NRR
 ভাৰত 0 0 0 0 0 0 0.000
 পাকিস্তান 0 0 0 0 0 0 0.000
 দক্ষিণ আফ্ৰিকা 0 0 0 0 0 0 0.000
 শ্ৰীলংকা 0 0 0 0 0 0 0.000
 জিম্বাৱৱে 0 0 0 0 0 0 0.000
 আয়াৰলেণ্ড 0 0 0 0 0 0 0.000
TBA 0 0 0 0 0 0 0.000
28 June 2019 (দি/নৈ)
বনাম
11 July 2019
বনাম
9 July 2019
বনাম
11 July 2019
বনাম
9 July 2019
Qualifier 1
বনাম
Qualifier 4
11 July 2019
Qualifier 2
বনাম
Qualifier 3

Super Six[সম্পাদনা কৰক]

Semi-finals[সম্পাদনা কৰক]

9 July 2019
Qualifier 1
বনাম
Qualifier 4
11 July 2019
Qualifier 2
বনাম
Qualifier 3

Final[সম্পাদনা কৰক]

26 March 2023
TBA
বনাম
TBA

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শ্ৰীনিৱাসন, এন (০৯ জুলাই ২০১৪). "2023 World Cup Will be Played Only in India". এনডিটিভি স্পৰ্টছ্. http://sports.ndtv.com/cricket/news/228030-2023-world-cup-will-be-played-only-in-india-n-srinivasan। আহৰণ কৰা হৈছে: ১৯ নৱেম্বৰ ২০১৬. 
  2. "Outcomes from ICC Annual Conference week in London". আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ. ২৯ জুন ২০১৩. http://www.icc-cricket.com/news/2013/media-releases/70819/outcomes-from-icc-annual-conference-week-in-london। আহৰণ কৰা হৈছে: ১৯ নৱেম্বৰ ২০১৬.