সমললৈ যাওক

ভক্তৰডবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভক্তৰডবা
Bhaktardoba
বৰপেটীয়ান
Bhaktardova
বজাৰ
দেশ  ভাৰত
ৰাজ্য অসম
অঞ্চল নামনি অসম
জিলা বৰপেটা
চৰকাৰ
  ধৰণ গণতন্ত্ৰ
  পৰিচালনা ভক্তৰডবা বজাৰ কমিটি
কালি
  মুঠ
 বৰ্গকিমি (৩ বৰ্গমাইল)
উচ্চতা
 মিটাৰ (৩০ ফুট)
জনসংখ্যা
 (2011)
  মুঠ
১৫,৫৮০
  ঘনত্ব ১,৭০০/বৰ্গকিমি (৪,৫০০/বৰ্গমাইল)

ভক্তৰডবা (ইংৰাজী: Bhaktardoba) অসমবৰপেটা জিলাত অৱস্থিত এখন বজাৰ। ই কালদিয়া নদীৰ পাৰত অৱস্থিত। কাষৰীয়া গাঁওসমূহৰ ভিতৰত নলীগাঁও, হেলচাৰ পাম, নলীৰ পাম, নলীৰ পাথাৰ, কাৱৈমাৰী ব্লক নং ৯, কাৱৈমাৰী ব্লক নং ১০, পিঠাদী গাঁও আৰু পিঠাদী পাম।[1]

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

ভৌগোলিকভাৱে ভক্তৰডবা 26°23′N 91°07′E / 26.39°N 91.12°E / 26.39; 91.12 ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৪৩ মিটাৰ (১৪১ ফুট)।

যাতায়ত ব্যৱস্থা

[সম্পাদনা কৰক]

কয়াকুছি নলীগাঁও পথে ভক্তৰডবা বজাৰক জিলাৰ সৈতে সংযোগ কৰে। ৰাজহুৱা পৰিবহণ বাছ আৰু মিনি বাছৰ ব্যৱস্থা আছে যিয়ে জিলাখন আৰু গুৱাহাটী মহানগৰীক সংযোগ কৰে।

বিদ্যালয় [2]
  1. পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুল।[3]
  2. পশ্চিম পাকা আজাদ মেমোৰিয়েল এম.ই মাদ্ৰাছা।[4]
  3. দেশ ভক্ত এম.ই.স্কুল।[5]
  4. দেশভক্ত গাৰ্লচ হাইস্কুল।[6]
  5. নলীগাঁও এইচ প্ৰি-চিনিয়ৰ মাদ্ৰাছা।[7]
  6. দেশভক্ত প্ৰাক জ্যেষ্ঠ মাদ্ৰাছা।
  7. এন.কে গাৰ্লছ হাইস্কুল।
  8. পিঠাদী হাইস্কুল।
  9. ৰেড ৰোজ মডেল স্কুল।
  10. আধুনিক ইংৰাজী বিদ্যালয় (ভক্তৰডবা)।
  11. ৰয়েল একাডেমী আজাদ জাতীয় বিদ্যালয়।
  12. এক্সিলেণ্ট একাডেমী (ভক্তৰডবা)।
  13. গ্ল’বেল একাডেমী।
  14. এ.কে টেলেণ্ট একাডেমী (ভক্তৰডবা)।
  15. নাইন ষ্টাৰ গোল্ডেন একাডেমী।
  16. নিউ মডেল একাডেমী (ডিবিএছ) হেলচা।
  17. আধুনিক ইংৰাজী বিদ্যালয় (ভক্তৰডবা)।
মহাবিদ্যালয়
  1. হৰেন্দ্ৰা চিত্ৰা জুনিয়ৰ কলেজ, ভক্তৰডবা।[8]
  2. হৰেন্দ্ৰা চিত্ৰা মহাবিদ্যালয়, ভক্তৰডবা।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Untitled Document". nhmssd.assam.gov.in. Archived from the original on 2023-02-21. https://web.archive.org/web/20230221065437/http://nhmssd.assam.gov.in/EHRMIS/reports/overall_hr_bphc_desg_details.php?bphc_id=14&level1desg=1&toe=1 আহৰণ কৰা হৈছে: 2023-02-21.
  2. "Schools in Bhaktardaba Cluster | List of Schools in Bhaktardaba Cluster, Barpeta District (Assam)" (en ভাষাত). schools.org.in. https://schools.org.in/assam/barpeta/barpeta/bhaktardaba- আহৰণ কৰা হৈছে: 2023-03-08.
  3. "PACHIM PAKA AZ. M. HIGH SCHOOL - Kawaimari 10 No. Block, District Barpeta (Assam)" (en ভাষাত). schools.org.in. https://schools.org.in/barpeta/18050604906/pachim-paka-az-m-high-school.html আহৰণ কৰা হৈছে: 2023-03-08.
  4. "PACHIM PAKA AZAD MEMO. MEM - Kawaimari 10 No. Block, District Barpeta (Assam)" (en ভাষাত). schools.org.in. https://schools.org.in/barpeta/18050604903/pachim-paka-azad-memo-mem.html আহৰণ কৰা হৈছে: 2023-03-08.
  5. "DESH BHAKTA M.E.SCHOOL - Naligaon, District Barpeta (Assam)" (en ভাষাত). schools.org.in. https://schools.org.in/barpeta/18050600613/desh-bhakta-m-e-school.html আহৰণ কৰা হৈছে: 2023-03-08.
  6. "DESHBHAKTA GIRLS HIGH SCHOOL - Naligaon, District Barpeta (Assam)" (en ভাষাত). schools.org.in. https://schools.org.in/barpeta/18050600612/deshbhakta-girls-high-school.html আহৰণ কৰা হৈছে: 2023-03-08.
  7. "NALIGAON H. PRE-SENIOR MADRASSA - Naligaon, District Barpeta (Assam)" (en ভাষাত). schools.org.in. https://schools.org.in/barpeta/18050600605/naligaon-h-pre-senior-madrassa.html আহৰণ কৰা হৈছে: 2023-03-08.
  8. "HARENDRA-CHITRA JR. COLLEGE - Naligaon, District Barpeta (Assam)" (en ভাষাত). schools.org.in. https://schools.org.in/barpeta/18050600615/harendra-chitra-jr-college.html আহৰণ কৰা হৈছে: 2023-03-08.
  9. "Account Suspended". hccollege.org. Archived from the original on 2023-03-08. https://web.archive.org/web/20230308141314/https://hccollege.org/cgi-sys/suspendedpage.cgi আহৰণ কৰা হৈছে: 2023-03-08.