সমললৈ যাওক

হেলচাৰ পাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেলচাৰ পাম
Helochar Pam
Helacha / Helocha
গাঁও
দেশ  ভাৰত
ৰাজ্য অসম
অঞ্চল নামনি অসম
জিলা বৰপেটা
চৰকাৰ
 • ধৰণ গণতন্ত্ৰ
কালি
 • মুঠ
৪ বৰ্গকিমি (২ বৰ্গমাইল)
উচ্চতা
৯ মিটাৰ (৩০ ফুট)
জনসংখ্যা
 (2011)
 • মুঠ
২,৪০৯
 • ঘনত্ব ৬০০/km (১,৬০০/sq mi)

হেলচাৰ পাম (ইংৰাজী: Helochar Pam) অসমবৰপেটা জিলাসৰ্থেবাৰী চক্ৰত অৱস্থিত এখন বৃহৎ গাঁও য'ত মুঠ ৪৭৫টা পৰিয়াল বসবাস কৰে। হেলচা গাঁৱৰ জনসংখ্যা ২৪০৯ জন ইয়াৰে ১২৪৬ জন পুৰুষ আনহাতে ১১৬৩ জন মহিলা। হেলচাৰ পাম গাঁৱৰ সাক্ষৰতাৰ হাৰ অসমৰ তুলনাত কম। ২০১১ চনত হেলচাৰ পাম গাঁৱৰ সাক্ষৰতাৰ হাৰ আছিল ৬০.৫৫ %, অসমৰ ৭২.১৯ %। হেলচাত পুৰুষৰ সাক্ষৰতা ৬৯.১১ % হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৫১.৪৬ %। ইয়াৰ মুখ্য বাণিজ্যিক বজাৰ হৈছে ভক্তৰডবা[1][2][3][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://www.census2011.co.in/data/village/283240-helacha-assam.html
  2. https://villageinfo.in/assam/barpeta/sarthebari/helacha.html
  3. Helacha https://www.google.com/search?kgmid=/g/12hnkx0z4&hl=en-IN&q=Helacha&kgs=80328bcbcc7b7eab&shndl=17&source=sh/x/kp/osrp/m5/2
  4. https://www.schooldetails.org/assam/barpeta/barpeta/pithadipam/helocha-girl-s-mes-18050603903