ভৱপ্ৰসাদ চলিহা
অৱয়ব
| ভৱপ্ৰসাদ চলিহা | |
|---|---|
ভৱপ্ৰসাদ চলিহা | |
| জন্ম | ভৱপ্ৰসাদ চলিহা ২০ আগষ্ট, ১৯৩৪ (৯১ বছৰ) নাহৰকটীয়া, ডিব্ৰুগড়, অসম, ভাৰত |
| বাসগৃহ | নাহৰকটীয়া, ডিব্ৰুগড়, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক |
| জনা যায় | শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী, অধ্যাপক |
| উল্লেখযোগ্য কৰ্ম | শংকৰী সংস্কৃতিৰ অধ্যয়ন, শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য |
| আত্মীয়-স্বজন | নন্দিতা চলিহা (সহ ধৰ্মিনী) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০২০ |
ভৱপ্ৰসাদ চলিহা (ইংৰাজী: Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।[1]
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- শংকৰী সংস্কৃতিৰ অধ্যয়ন,
- শংকৰী সাহিত্যৰ সমীক্ষা,
- মাধৱদেৱৰ সাহিত্য,
- মাধৱদেৱ অধ্যয়নৰ ভূমিকা,
- মহাপুৰুষীয়া ধৰ্ম,
- ৰুক্মিণী হৰণ নাট ইত্যাদি
লাভ কৰা বঁটা
[সম্পাদনা কৰক]- শ্ৰীমন্ত শংকৰদেৱ বঁটা (২০২০)