মনোবিজ্ঞানৰ শাখাসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই অসম্পূৰ্ণ তালিকাত মনোবিজ্ঞানৰ ক্ষেত্ৰখনৰ বহুতো উপ-ক্ষেত্ৰ আছে:

  • ভাৰতীয় মনোবিজ্ঞান
  • অস্বাভাৱিক মনোবিজ্ঞান
  • বিশ্লেষণাত্মক মনোবিজ্ঞান
  • পশু মনোবিজ্ঞান
  • বিষমতাবাদী মনোবিজ্ঞান
  • মাংস খোৱাৰ মনোবিজ্ঞান
  • ব্যৱহাৰিক আচৰণ বিশ্লেষণ
  • ব্যৱহাৰিক মনোবিজ্ঞান
  • এছিয়ান মনোবিজ্ঞান
  • আচৰণৰ মনোবিজ্ঞান
  • আচৰণৰ জিনীয় বিজ্ঞান
  • আচৰণৰ ঔষধ
  • জৈৱমনোবিজ্ঞান
  • কৃষ্ণাংগ মনোবিজ্ঞান
  • জ্ঞানমূলক স্নায়ুমনোবিজ্ঞান
  • জ্ঞানমূলক মনোবিজ্ঞান
  • সম্প্ৰদায় মনোবিজ্ঞান
  • তুলনামূলক মনোবিজ্ঞান
  • ক্লিনিকেল আচৰণ বিশ্লেষণ
  • ক্লিনিকেল চাইক’লজি
  • গ্ৰাহক মনোবিজ্ঞান
  • কাউন্সেলিং মনোবিজ্ঞান
  • অপৰাধমূলক মনোবিজ্ঞান
  • সমালোচনাত্মক মনোবিজ্ঞান
  • ক্ৰছ-কলচাৰেল চাইক’লজি
  • সাংস্কৃতিক স্নায়ুবিজ্ঞান
  • সাংস্কৃতিক মনোবিজ্ঞান
  • চাইবাৰমনোবিজ্ঞান
  • উন্নয়নমূলক মনোবিজ্ঞান
  • ভিন্নতামূলক মনোবিজ্ঞান
  • আলোচনামূলক মনোবিজ্ঞান
  • পৰিৱেশ মনোবিজ্ঞান
  • অৰ্থনৈতিক মনোবিজ্ঞান
  • শৈক্ষিক মনোবিজ্ঞান
  • অভিযান্ত্ৰিক মনোবিজ্ঞান
  • পৰিৱেশ মনোবিজ্ঞান
  • বিৱৰ্তনশীল মনোবিজ্ঞান
  • আচৰণৰ পৰীক্ষাভিত্তিক বিশ্লেষণ
  • পৰীক্ষামূলক মনোবিজ্ঞান
  • ফিলিপাইন মনোবিজ্ঞান
  • ফৰেনছিক মনোবিজ্ঞান
  • স্বাস্থ্য মনোবিজ্ঞান
  • মানৱতাবাদী মনোবিজ্ঞান
  • কাল্পনিক মনোবিজ্ঞান
  • খিলঞ্জীয়া মনোবিজ্ঞান
  • ব্যক্তিগত পাৰ্থক্য মনোবিজ্ঞান
  • ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান
  • আন্তৰ্জাতিক মনোবিজ্ঞান
  • অনুসন্ধানমূলক মনোবিজ্ঞান
  • আইনী মনোবিজ্ঞান
  • গাণিতিক মনোবিজ্ঞান
  • মিডিয়া মনোবিজ্ঞান
  • চিকিৎসা মনোবিজ্ঞান
  • সামৰিক মনোবিজ্ঞান
  • নৈতিক মনোবিজ্ঞান
  • সংগীত মনোবিজ্ঞান
  • স্নায়ুমনোবিজ্ঞান
  • বৃত্তিগত স্বাস্থ্য মনোবিজ্ঞান
  • পেৰাচাইক'লজি
  • শান্তি মনোবিজ্ঞান
  • পৰিৱেশন মনোবিজ্ঞান
  • ব্যক্তিত্ব মনোবিজ্ঞান
  • মনোবিজ্ঞানৰ দৰ্শন
  • শাৰীৰিক মনোবিজ্ঞান
  • আৰক্ষীৰ মনোবিজ্ঞান
  • ৰাজনৈতিক মনোবিজ্ঞান
  • ইতিবাচক মনোবিজ্ঞান
  • প্ৰি-আৰু পেৰিনেটেল চাইক’লজি
  • সমস্যা সমাধান কৰা
  • মনোবিশ্লেষণ
  • মনোইতিহাস
  • মনোভাষাবিজ্ঞান
  • মনোবিজ্ঞান আৰু আইন
  • শিল্পৰ মনোবিজ্ঞান
  • ধৰ্মৰ মনোবিজ্ঞান
  • চাইকোমেট্ৰিক্স
  • মনোবিজ্ঞান
  • চাইকো-অংক’লজী
  • মনোৰোগ বিজ্ঞান
  • চাইকোফাৰ্মাক'লজী
  • মনোপদাৰ্থ বিজ্ঞান
  • মনোশৰীৰবিজ্ঞান
  • মনোচিকিৎসা
  • পৰিমাণগত মনোবিজ্ঞান
  • সামাজিক মনোবিজ্ঞান
  • ক্ৰীড়া মনোবিজ্ঞান
  • ব্যৱস্থা মনোবিজ্ঞান
  • তাত্ত্বিক মনোবিজ্ঞান
  • যান-জঁট মনোবিজ্ঞান
  • ট্ৰেন্সপাৰ্চনেল চাইক’লজি