মিহিৰ কান্তি চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিহিৰ কান্তি চৌধুৰী
জন্ম ২১ জুলাই, ১৯৪৭
অসম, ভাৰত
বাসস্থান গুৱাহাটী, অসম, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ
কৰ্মস্থান
শিক্ষানুষ্ঠান
  • কল্যাণী বিশ্ববিদ্যালয়
  • ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, খড়্গপুৰ
  • ৰুৰ বিশ্ববিদ্যালয় বখুম, জাৰ্মানী
জনা যায় ডাই হাইড্ৰজেন আৰু ফ্লৰিনৰ যৌগ সমূহৰ অধ্যয়ন
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ১৯৮৯
পি. নটৰাজন এণ্ডমেণ্ট বঁটা, ১৯৯৮
কেমিটো বঁটা, ২০০২
ভাৰতীয় ৰসায়ন সমাজৰ এছ. এছ সাধু বঁটা, ২০০৫

মিহিৰ কান্তি চৌধুৰী (জন্ম: ১৯৪৭) এজন ভাৰতীয় অজৈৱ ৰসায়নবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য।[1]তেওঁ ডাই হাইড্ৰজেনৰ যৌগ সংশ্লেষণ আৰু ধাতু আৰু অধাতুৰ ফ্লৰিন যৌগৰ অধ্যয়নৰ বাবে জনাজাত।[2] তেওঁ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেল'।[3][4] ভাৰত চৰকাৰে তেওঁক ৰসায়ন বিজ্ঞানৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ১৯৮৯ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ সৰ্বোচ্চ বৈজ্ঞানিক বঁটা।[5]

জীৱনী[সম্পাদনা কৰক]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Vice-Chancellor, Tezpur University". Tezpur University. 2016. Archived from the original on 8 March 2013. https://web.archive.org/web/20130308062414/http://www.tezu.ernet.in/vision/det_vc_mkc.htm. 
  2. "Brief Profile of the Awardee". Shanti Swarup Bhatnagar Prize. 2016. http://ssbprize.gov.in/content/Detail.aspx?AID=422। আহৰণ কৰা হৈছে: 12 November 2016. 
  3. "Indian fellow". Indian National Science Academy. 2016. Archived from the original on 2020-04-20. https://web.archive.org/web/20200420171729/http://insaindia.res.in/detail.php?id=N91-1074। আহৰণ কৰা হৈছে: 2019-01-07. 
  4. "Fellow profile". Indian Academy of Sciences. 2016. http://www.ias.ac.in/describe/fellow/Chaudhuri,_Prof._Mihir_Kanti। আহৰণ কৰা হৈছে: 12 November 2016. 
  5. "View Bhatnagar Awardees". Shanti Swarup Bhatnagar Prize. 2016. http://ssbprize.gov.in/Content/AwardeeList.aspx। আহৰণ কৰা হৈছে: 12 November 2016.