সমললৈ যাওক

লিঅ'নেল মেছি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিঅ'নেল মেছি
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামলিঅ'নেল আন্দ্ৰেছ মেছি[1]
জন্ম২৪ জুন, ১৯৮৭ (৩৯ বছৰ)[1]
জন্মস্থানৰ'জাৰিঅ', আৰ্জেণ্টিনা[1]
উচ্চতা৫ ফুট ৭ ইঞ্চ[1]
খেলা স্থানৰাইট ৱিংগাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবপেৰিছ ছেইণ্ট জাৰমেইন
সংখ্যা৩০
যুৱ কেৰিয়াৰ
1995–2000নিউৱেলছ অ'ল্ড বয়েজ
2000–2003বাৰ্চিলোনা
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
2003–2004বাৰ্চিলোনা C১০(৫)
2004–2005বাৰ্চিলোনা B২২(৬)
2004–2021বাৰ্চিলোনা৭৭৮(৬৭২)
2021–2026পেৰিছ ছেইণ্ট জাৰমেইন৩৯(১৩)
ৰাষ্ট্ৰীয় দল
2004–2005আৰ্জেণ্টিনা U20১৮(১৪)
2007–2008আৰ্জেণ্টিনা U23(২)
2005–2026আৰ্জেণ্টিনা১৭২(৯৮)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 01:38, 17 May 2014 (UTC)।


‡ ৰাষ্ট্ৰীয় দলৰ কেপ আৰু গ' ল, এই তাৰিখলৈকে শুদ্ধ
01:00, 15 June 2014 (UTC)

লিঅ'নেল আন্দ্ৰেছ মেছি (Lionel Andrés "Leo" Messi; স্পেনিছ উচ্চাৰণ: [ljoˈnel anˈdɾes ˈmesi] ( শুনক)) (জন্ম ২৪ জুন, ১৯৮৭) আমেৰিকান ফুটবল (soccer) ক্লাব ইণ্টাৰ মীয়ামি আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ৰাইট ৱিংগাৰ হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ।

তেওঁ ২১ বছৰ বয়সত বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছৰ বছৰতে (২০০৯ চন) তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে। ২০১০ চনত তেওঁ ফিফা বেলন ডিঅ'ৰ লাভ কৰে আৰু ২০১১ আৰু ২০১২ চনত পুনৰ সেই খিতাপৰ অধিকাৰী হয়। তেওঁ ২০১০-২০১১ চনত ইউৰোপৰ শ্ৰেষ্ঠ খেলুৱৈৰ উৱেফা বঁটাও লাভ কৰিছিল। মাত্ৰ ২৪ বছৰ বয়সত তেওঁ সকলোবোৰ আনুষ্ঠানিক প্ৰতিযোগিতা ধৰি বাৰ্চিলোনাৰ সৰ্বোচ্চ স্ক'ৰাৰ হৈ পৰে। লা লিগাত ২০০টা গ'ল কৰা কনিষ্ঠ খেলুৱৈও মেছিয়েই।

বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কিছুমানে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গণ্য কৰা[2][3][4][5][6][7] মেছি আঠবাৰ ফিফা/বেলন ডিঅ'ৰ বঁটা আৰু তিনিবাৰ ইউৰোপীয়ান গ'ল্ডেন শ্বু বঁটা জয় কৰা ইতিহাসৰ একমাত্ৰ খেলুৱৈ। বাৰ্চিলোনাৰ হৈ মেছিয়ে ছবাৰ লীগ খিতাপ, দুবাৰ ক'পা ডেল ৰে', পাঁচবাৰ চুপাৰক'পা, তিনিবাৰ উৱেফা চেম্পিয়ন্‌ছ লীগ, দুবাৰ উৱেফা চুপাৰ কাপ আৰু দুবাৰ ফিফা ক্লাব বিশ্বকাপ লাভ কৰিছে।

একাধাৰে চাৰিখন উৱেফা চেম্পিয়ন্‌ছ লীগত অধিকতম সাফল্য অৰ্জন কৰা মেছি হৈছে প্ৰথম আৰু একমাত্ৰ খেলুৱৈ, আৰু লগতে প্ৰতিযোগিতাখনত অধিকতম হেট্ট্ৰিক অৰ্জন(৪) কৰাৰ ৰেকৰ্ডো মেছিৰ নামতে আছে। ২০১২ চনৰ মাৰ্চ মাহত মেছিয়ে চেম্পিয়নছ লীগৰ এখন খেলতে প্ৰথম খেলুৱৈ হিচাপে পাঁচটা গ'ল কৰি নতুন ইতিহাস ৰচে। তেওঁ চেম্পিয়ন্‌ছ লীগৰ একেটা চীজনত জ'ছে আলটাফিনিৰ ১৪টা গ'লৰ ৰেকৰ্ডৰ লগতো সমতা স্থাপন কৰে যিটো পিছলৈ ক্ৰিষ্টিয়ান' ৰ'নাল্ড'ই ভংগ কৰে। মেছিয়ে ২০১১-১২ সময়ছোৱাত ৭৩টা গ'লেৰে নতুন ইউৰোপীয়ান ৰেকৰ্ড গঢ়ে। সেই চিজনত তেওঁ ৫০টা গ'লেৰে লা লীগাৰ এটা চিজনত অৰ্জন কৰা গ'লসাফল্যৰ ৰেকৰ্ড স্থাপন কৰে। তদুপৰি একেটা চিজনতে ছখন ভিন্ন আনুষ্ঠানিক প্ৰতিযোগিতাত সাফল্য অৰ্জনৰ লগতে সহায়কৰ ভূমিকা পালন কৰা মেছিক প্ৰথমজন খেলুৱৈ হিচাপে বিবেচনা কৰা হয়। ১৬ ফেব্ৰুৱাৰী, ২০১৩ৰ দিনা মেছিয়ে বাৰ্চিলোনাৰ হকে ৩০০তম গ'লটো দিয়ে। ৩০ মাৰ্চ, ২০১৩ৰ দিনা ব্যৱসায়িক ফুটবল লীগত ধাৰাবাহিকভাৱে প্ৰতিটো টীমৰ বিৰূদ্ধে গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে লা লীগাৰ ১৯তম চিজনত একেৰাহে গ'লসাফল্য অৰ্জন কৰে। তেওঁ পিছত এই ৰেকৰ্ড ২১টা লৈ বৃদ্ধি কৰে, আৰু তেওঁৰ উৰুৰ আঘাতৰ বাবে এই অভিলেখ ২১টাতে থমকি ৰ'ব লগা হয়। ২০১৪ চনৰ মাৰ্চ মাহত ৰিয়েল মাদ্ৰিদ (Real Madrid)ৰ বিৰূদ্ধে হেট্ট্ৰিক কৰি সৰ্বোচ্চ গ'ল আৰু হেট্ট্ৰিকৰ সৈতে এল ক্লাচিক' (El Clásico)ৰ ইতিহাসৰ প্ৰথমজন খেলুৱৈ হৈ পৰে।

মেছিয়ে সৰ্বোকৃষ্ট খেলুৱৈ আৰু সৰ্বোচ্চ গ'লদাতা (৬টা গ'লৰ সৈতে) হিচাপে সমাপ্তি ঘটাই আৰ্জেণ্টিনা(Argentina)ক ২০০৫ চনৰ ২০ বছৰ অনূৰ্ধ্ব বিশ্বকাপ(২০০৫ FIFA U-২০ World Cup) জিকাত সহায় কৰে। (২০০৬)চনত তেওঁ আৰ্জেণ্টিনাৰ হকে ফিফা বিশ্বকাপ খেলা(FIFA World Cup)ৰ লগতে গ'ল দি কনিষ্ঠতম আৰ্জেণ্টাইন খেলুৱৈ হৈ পৰে, আৰু ইয়াৰ লগতে ২০০৭চনত ক'পা আমেৰিকা(Copa América)ত সৰ্বোচ্চ কনিষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ৰানাৰ্চ আপ মেডেলো জয় কৰে। ২০০৮ চনত তেখেতে আৰ্জেণ্টিনা অলিম্পিক ফুটবল দল (Argentina Olympic football team)ৰ সৈতে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মান হিচাপে অলিম্পিক স্বৰ্ণ মেডেল (Olympic Gold Medal) জয় কৰে। স্পৰ্টছ প্ৰ' (SportsPro)এ তেওঁক আটাইতকৈ ব্যৱসায়যোগ্য খেলুৱৈৰ তালিকাত দ্বিতীয় স্থান দিছে। তেওঁৰ ভংগী আৰু যশে তেখেতক ডিয়েগ' মাৰাড'না (Diego Maradona)ৰ সৈতে তুলনা কৰাবলৈ বাধ্য কৰাইছে, আৰু তেওঁ নিজেই মেছিক তেখেতৰ উত্তৰাধিকাৰী (successor) বুলি স্বীকৃতি দিছে।[8]

কেৰিয়াৰ পৰিসংখ্যা

[সম্পাদনা কৰক]

ক্লাব পৰিসংখ্যা

[সম্পাদনা কৰক]
১৩ নৱেম্বৰ ২০২২ অনুসৰি
Appearances and goals by club, season and competition
ক্লাব Season লীগ National cup[টোকা 1] Europe[টোকা 2] Other মুঠ
DivisionAppsGoalsAppsGoalsAppsGoalsAppsGoalsAppsGoals
বাৰ্চিলোনা চি 2003–04[9] Tercera División ১০১০
বাৰ্চিলোনা বি ২০০৩–০৪[10] Segunda División B
২০০৪–০৫[11] Segunda División B ১৭১৭
Total ২২২২
বাৰ্চিলোনা ২০০৪–০৫[11] লা লিগা
২০০৫–০৬[12] লা লিগা ১৭২৫
২০০৬–০৭[13] লা লিগা ২৬১৪[টোকা 3]৩৬১৭
২০০৭–০৮[14] লা লিগা ২৮১০৪০১৬
২০০৮–০৯[15] লা লিগা ৩১২৩১২৫১৩৮
২০০৯–১০[16] লা লিগা ৩৫৩৪১১[টোকা 4]৫৩৪৭
২০১০–১১[17] লা লিগা ৩৩৩১১৩১২[টোকা 5]৫৫৫৩
২০১১–১২[18] লা লিগা ৩৭৫০১১১৪[টোকা 6]৬০৭৩
২০১২–১৩[19] লা লিগা ৩২৪৬১১[টোকা 5]৫০৬০
২০১৩–১৪[20] লা লিগা ৩১২৮[টোকা 5]৪৬৪১
২০১৪–১৫[21] লা লিগা ৩৮৪৩১৩১০৫৭৫৮
২০১৫–১৬[22] লা লিগা ৩৩২৬[টোকা 7]৪৯৪১
২০১৬–১৭[23] লা লিগা ৩৪৩৭১১[টোকা 5]৫২৫৪
২০১৭–১৮[24] লা লিগা ৩৬৩৪১০[টোকা 5]৫৪৪৫
২০১৮–১৯[25] লা লিগা ৩৪৩৬১০১২[টোকা 5]৫০৫১
২০১৯–২০[26] লা লিগা ৩৩২৫[টোকা 5]৪৪৩১
২০২০–২১[27] লা লিগা ৩৫৩০[টোকা 5]৪৭৩৮
Total ৫২০৪৭৪৮০৫৬১৪৯১২০২৯২২৭৭৮৬৭২
Paris Saint-Germain ২০২১–২২[28] লীগ ১ ২৬৩৪১১
২০২২–২৩[29] লীগ ১ ১৩[টোকা 8]১৯১২
Total ৩৯১৩১২৫৩২৩
Career total ৫৯১৪৯৮৮১৫৬১৬১১২৯৩০২৩৮৬৩৭০৬

আন্তঃৰাষ্ট্ৰীয়

[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় পৰিসংখ্যা

[সম্পাদনা কৰক]
১৮ ডিচেম্বৰ ২০২২ অনুসৰি
Appearances and goals by national team, year and competition
দল বৰ্ষ Competitive Friendly Total
AppsGoalsAppsGoalsAppsGoals
আৰ্জেণ্টিনাU২০[30][31] ২০০৪
২০০৫ ১৬[টোকা 9]১১১৬১১
Total ১৬১১১৮১৪
আৰ্জেণ্টিনাU২৩[32] ২০০৮ [টোকা 10]সাঁচ:Efn-lg
Total
Argentina[33][34] ২০০৫ [টোকা 11]
২০০৬ [টোকা 12]
২০০৭ ১০[টোকা 13]১৪
২০০৮ [টোকা 11]
২০০৯ [টোকা 11]১০
২০১০ [টোকা 12]১০
২০১১ [টোকা 14]১৩
২০১২ [টোকা 11]১২
২০১৩ [টোকা 11]
২০১৪ [টোকা 12]১৪
২০১৫ [টোকা 15]
২০১৬ ১০[টোকা 16]১১
২০১৭ [টোকা 11]
২০১৮ [টোকা 12]
২০১৯ [টোকা 15]১০
২০২০ [টোকা 11]
২০২১ ১৬[টোকা 17]১৬
২০২২ ১০[টোকা 18]১০১৪১৮
Total ১২১৫৪৫১৪৪১৭২৯৮
Career total ১৪২৬৭৫৩৪৭১৯৫১১৪

আন্তঃৰাষ্ট্ৰীয় গ'লসমূহ

[সম্পাদনা কৰক]
Scores and results list Argentina's goal tally first.
GoalDateVenueOpponentScoreResultCompetition
১ March ২০০৬St. Jakob-Park, Basel, Switzerland ক্ৰয়েছিয়া–১২–৩Friendly
১৬ June ২০০৬WM-Stadion Gelsenkirchen, Gelsenkirchen, Germany ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰো–০৬–০২০০৬ FIFA World Cup
৫ June ২০০৭Camp Nou, Barcelona, Spain আলজেৰিয়া–২৪–৩Friendly
–২
৮ July ২০০৭Metropolitano de Fútbol de Lara, Barquisimeto, Venezuela পেৰু–০৪–০২০০৭ Copa América
১১ July ২০০৭Polideportivo Cachamay, Puerto Ordaz, Venezuela মেক্সিকো–০৩–০
১৬ October ২০০৭José Pachencho Romero, Maracaibo, Venezuela ভেনিজুৱেলা–০২–০২০১০ FIFA World Cup qualification
২০ November ২০০৭Estadio El Campín, Bogotá, Colombia কলম্বিয়া–০১–২
৪ June ২০০৮Qualcomm Stadium, San Diego, United States মেক্সিকো–০৪–১Friendly
১০১১ October ২০০৮Estadio Monumental, Buenos Aires, Argentina উৰুগুৱে–০২–১২০১০ FIFA World Cup qualification
১১১১ February ২০০৯Stade Vélodrome, Marseille, France ফ্ৰান্স–০২–০Friendly
১২২৮ March ২০০৯Estadio Monumental, Buenos Aires, Argentina ভেনিজুৱেলা–০৪–০২০১০ FIFA World Cup qualification
১৩১৪ November ২০০৯Vicente Calderón Stadium, Madrid, Spain স্পেইন–১১–২Friendly
১৪৭ September ২০১০Estadio Monumental, Buenos Aires, Argentina স্পেইন–০৪–১
১৫১৭ November ২০১০Khalifa International Stadium, Doha, Qatar ব্ৰাজিল–০১–০
১৬৯ February ২০১১Stade de Genève, Geneva, Switzerland পৰ্তুগাল–১২–১
১৭২০ June ২০১১Estadio Monumental, Buenos Aires, Argentina আলবেনিয়া–০৪–০
১৮৭ October ২০১১ চিলি–০৪–১২০১৪ FIFA World Cup qualification
১৯১৫ November ২০১১Estadio Metropolitano Roberto Meléndez, Barranquilla, Colombia কলম্বিয়া–১২–১
২০২৯ February ২০১২Stade de Suisse Wankdorf, Bern, Switzerland ছুইজাৰলেণ্ড–০৩–১Friendly
২১–১
২২–১
২৩২ June ২০১২Estadio Monumental, Buenos Aires, Argentina ইকুৱেডৰ–০৪–০২০১৪ FIFA World Cup qualification
২৪৯ June ২০১২MetLife Stadium, East Rutherford, United States ব্ৰাজিল–১৪–৩Friendly
২৫–১
২৬–৩
২৭১৫ August ২০১২Commerzbank-Arena, Frankfurt, Germany জাৰ্মানী–০৩–১
২৮৭ September ২০১২Estadio Mario Alberto Kempes, Córdoba, Argentina পাৰাগুৱে–১৩–১২০১৪ FIFA World Cup qualification
২৯১২ October ২০১২Estadio Malvinas Argentinas, Mendoza, Argentina উৰুগুৱে–০৩–০
৩০–০
৩১১৬ October ২০১২Estadio Nacional, Santiago, Chile চিলি–০২–১
৩২২২ March ২০১৩Estadio Monumental, Buenos Aires, Argentina ভেনিজুৱেলা–০৩–০
৩৩১৪ June ২০১৩Estadio Mateo Flores, Guatemala City, Guatemala গুৱেটমালা–০৪–০Friendly
৩৪–০
৩৫–০
৩৬১০ September ২০১৩Estadio Defensores del Chaco, Asunción, Paraguay পাৰাগুৱে–০৫–২২০১৪ FIFA World Cup qualification
৩৭–১
৩৮৭ June ২০১৪Estadio Ciudad de La Plata, La Plata, Argentina শ্ল’ভেনিয়া–০২–০Friendly
৩৯১৫ June ২০১৪Estádio do Maracanã, Rio de Janeiro, Brazil বচনিয়া আৰু হাৰজেগ’ভিনা–০২–১২০১৪ FIFA World Cup
  1. Includes Copa del Rey and Coupe de France
  2. Appearances in UEFA Champions League
  3. One appearance in UEFA Super Cup, two appearances in Supercopa de España
  4. One appearance in UEFA Super Cup, one appearance and two goals in Supercopa de España, two appearances and two goals in FIFA Club World Cup
  5. 1 2 3 4 5 6 7 8 Appearance(s) in Supercopa de España
  6. One appearance and one goal in UEFA Super Cup, two appearances and three goals in Supercopa de España, two appearances and two goals in FIFA Club World Cup
  7. One appearance and two goals in UEFA Super Cup, two appearances and one goal in Supercopa de España, one appearance and one goal in FIFA Club World Cup
  8. Appearance in Trophée des Champions
  9. Nine appearances and five goals in the ২০০৫ South American U-২০ Championship, seven appearances and six goals in the ২০০৫ FIFA World Youth Championship
  10. Appearances in Summer Olympics
  11. 1 2 3 4 5 6 7 Appearance(s) in FIFA World Cup qualification
  12. 1 2 3 4 Appearance(s) in FIFA World Cup
  13. Six appearances and two goals in Copa América, four appearances and two goals in FIFA World Cup qualification
  14. Four appearances in Copa América, four appearances and two goals in FIFA World Cup qualification
  15. 1 2 Appearance(s) in Copa América
  16. Five appearances and three goals in FIFA World Cup qualification, five appearances and five goals in Copa América
  17. Nine appearances and five goals in FIFA World Cup qualification, seven appearances and four goals in Copa América
  18. Two appearances and one goal in FIFA World Cup qualification, one appearance in CONMEBOL–UEFA Cup of Champions, seven appearances and seven goals in FIFA World Cup

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "10 Messi". fcbarcelona.com. FC Barcelona. http://www.fcbarcelona.com/football/first-team/staff/players/messi আহৰণ কৰা হৈছে: 6 January 2012.
  2. "Del Potro: Messi's the best player in the world". Marca.com. http://www.marca.com/2013/05/28/en/football/barcelona/1369765243.html আহৰণ কৰা হৈছে: 15 September 2013.
  3. "Simunic: Messi’s the best of all time". FIFA. http://www.fifa.com/worldcup/preliminaries/news/newsid=1967479/?intcmp=fifacom_hp_module_interview আহৰণ কৰা হৈছে: 12 December 2012.
  4. Smith, Ben. "Lionel Messi: Goals record caps golden year for Barcelona star". BBC Sport. http://www.bbc.co.uk/sport/0/football/20592977 আহৰণ কৰা হৈছে: 12 December 2012.
  5. "Lionel Messi hailed as 'incredible' and 'gigantic' by Gerd Muller after Barcelona star breaks record for most goals". প্ৰকাশক London: Telegraph Sport. 10 December 2012. http://www.telegraph.co.uk/sport/football/players/lionel-messi/9734839/Lionel-Messi-hailed-as-incredible-and-gigantic-by-Gerd-Muller-after-Barcelona-star-breaks-record-for-most-goals.html আহৰণ কৰা হৈছে: 12 December 2012.
  6. "Arsène Wenger hails Barcelona's Lionel Messi after four-goal display". The Guardian (London). 7 April 2010. http://www.guardian.co.uk/football/2010/apr/07/barcelona-arsenal-lionel-messi আহৰণ কৰা হৈছে: 12 December 2012.
  7. "David Beckham: Lionel Messi is the best". ESPN. http://espnfc.com/news/story/_/id/1410228/david-beckham:-cristiano-ronaldo-is-not-at-lionel-messi's-level আহৰণ কৰা হৈছে: 12 April 2013.
  8. "Maradona proclaims Messi as his successor". China Daily. Reuters. 25 February 2006. http://www.chinadaily.com.cn/english/doc/2006-02/25/content_523966.htm আহৰণ কৰা হৈছে: 8 October 2006.
  9. Caioli 2012, পৃষ্ঠা. 69–71.
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2003–04" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. 1 2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2004–05" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  12. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2005–06" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  13. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2006–07" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  14. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2007–08" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  15. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2008–09" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  16. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2009–10" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2010–11" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  18. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2011–12" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  19. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2012–13" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  20. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Matches 2013–14" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  21. "Lionel Andrés Messi Cuccittini: Matches 2014–15". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2014-15 আহৰণ কৰা হৈছে: 11 August 2015.
  22. "Lionel Andrés Messi Cuccittini: Matches 2015–16". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2015-16 আহৰণ কৰা হৈছে: 6 September 2015.
  23. "Lionel Andrés Messi Cuccittini: Matches 2016–17". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2016-17 আহৰণ কৰা হৈছে: 27 October 2016.
  24. "Lionel Andrés Messi Cuccittini: Matches 2017–18". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2017-18 আহৰণ কৰা হৈছে: 27 August 2017.
  25. "Lionel Andrés Messi Cuccittini: Matches 2018–19". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2018-19 আহৰণ কৰা হৈছে: 27 August 2018.
  26. "Lionel Andrés Messi Cuccittini: Matches 2019–20". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2019-20 আহৰণ কৰা হৈছে: 17 September 2019.
  27. "Lionel Andrés Messi Cuccittini: Matches 2020–21". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2020-21 আহৰণ কৰা হৈছে: 9 October 2020.
  28. "Lionel Andrés Messi Cuccittini: Matches 2021–22". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2021-22 আহৰণ কৰা হৈছে: 18 August 2021.
  29. "Lionel Andrés Messi Cuccittini: Matches 2022–23". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2022-23 আহৰণ কৰা হৈছে: 31 July 2022.
  30. Balagué ২০১৩, পৃষ্ঠা. ২০৯–২১৯.
  31. Balagué ২০১৩, পৃষ্ঠা. ২২০–২৪০.
  32. Balagué ২০১৩, পৃষ্ঠা. ৪৩৬–৪৩৭.
  33. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Century" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  34. "Lionel Messi: Player Profile". ESPN FC. http://www.espnfc.com/player/{{subst:#invoke:ConvertDigit|main|45843}}/lionel-messi আহৰণ কৰা হৈছে: {{subst:#invoke:ConvertDigit|main|9}} September {{subst:#invoke:ConvertDigit|main|2015}}.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]