সদস্য বাৰ্তা:অৰ্পনা দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধৰ তথ্যসূত্ৰ বা উদ্ধৃতি কেনেকৈ দিব[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত আপুনি শেহতীয়াকৈ সৃষ্টি কৰা লোকাপাৰ আৰু জেং বিহু প্ৰবন্ধ দুটাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ লগতে আন্তৰিক অভিনন্দন যাচিলোঁ। ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহত সন্নিৱিষ্ট তথ্যসমূহৰ উৎস সঠিকভাৱে উল্লেখ কৰাটো অতিশয় জৰুৰী। ই প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বঢ়োৱাৰ লগতে ইয়াৰ মান বৃদ্ধি কৰে। কোনো গ্ৰন্থৰ পৰা উদ্ধৃত তথ্য হ'লে গ্ৰ্ন্থখনৰ নাম আৰু লেখকৰ নামৰ লগতে গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল, প্ৰকাশক কোন এই কথাখিনিও সন্নিৱিষ্ট কৰিব লাগে। প্ৰবন্ধ এটাত অতি সহজতে তথ্যসূত্ৰ বা Reference দিবলৈ ৪:১৫ মিনিটৰ এই ভিডিঅ'টো চাব পাৰে। ইয়াৰ লগতে আপুনি ৱিকিপিডিয়াৰ অন্যান্য প্ৰবন্ধসমূহ পঢ়ি চালেও বিভিন্ন বিষয়ত সহায় পাব। অসমৰ মাছ ধৰা সঁজুলি প্ৰবন্ধটো পঢ়ি চাবচোন। আশাকৰোঁ‌ আগলৈয়ো এনেদৰে ৱিকিপিডিয়াৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিব। শুভেচ্ছাৰে।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 15:47, 9 মে' 2021 (ইউ.টি.চি.)

@অৰ্পনা দাস: নতুন প্ৰবন্ধ যোগ কৰাৰ আগেয়ে বাৰ্তাটো পঢ়ি চাবলৈ পুনৰবাৰ অনুৰোধ জনালোঁ। সহিত্যৰ ভাষাৰে ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ নিয়ম নহয়। ইয়াত তথ্যৰ ওপৰতেই মূলতঃ গুৰুত্ব দিয়া হয়। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 15:37, 13 মে' 2021 (ইউ.টি.চি.)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.