সদস্য বাৰ্তা:Bhargob Borthakur

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

- Manjil Konwar (talk) 07:58, 4 মাৰ্চ 2015 (UTC)

নতুন প্ৰৱন্ধ[সম্পাদনা কৰক]

আপুনি সৃষ্টি কৰা গেলেলিঅ' আৰু ধুমকেতু পৃষ্ঠাকেইটা অসমীয়া ৱিকিপিডিয়াত ইতিমধ্যে আছেই (গেলিলিঅ’ গেলিলি, ধূমকেতু)। অনুগ্ৰহ কৰি কোনো পৃষ্ঠা সৃষ্টি কৰাৰ আগেয়ে শিৰোনামটো (সাম্ভাব্য বানানসমূহত) এবাৰ সন্ধান বাকচত চাই নিশ্চিত হৈ ল'ব। দ্বিতীয়তে ৱিকিপিডিয়াত তথ্যসূত্ৰ বা ৰেফাৰেঞ্চৰ ওপৰত যঠেষ্ট গুৰুত্ব দিয়া হয়। গতিকে কোনো তথ্য সন্নিৱিষ্ট কৰিলে সেইবিষয়ে যথাসম্ভৱ ৰেফাৰেঞ্চ উদ্ধৃত কৰাটো বাঞ্ছনীয়। কিবা অসুবিধা পালে জনাব। এই বিষয়ে আপুনি অসমীয়া ৱিকিপিডিয়াৰ ফেচবুক গোটতো সুধিব পাৰে। শুভেচ্ছা থাকিল।--চন্দন চিৰিং ফুকন (talk) 15:16, 20 September 2015 (UTC)

বিশেষ পুৰস্কাৰ[সম্পাদনা কৰক]

বিশেষ বঁটা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ শেহতীয়া বৰঙনিৰ বাবে এই উপহাৰ প্ৰদান কৰা হ'ল। আশাকৰোঁ এই উৎসাহ যাতে অক্ষুণ্ণ থাকে। - দিব্য দত্ত (talk) 18:47, 30 September 2015 (UTC)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.