সদস্য বাৰ্তা:Hirajyoti Dutta
নমস্কাৰ, Hirajyoti Dutta
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
তথ্য উৎসৰ উল্লেখ আৰু ৱিকিপিডিয়া সহায়িকা
[সম্পাদনা কৰক]নমস্কাৰ Hirajyoti Dutta। অসমীয়া ৱিকিপিডিয়াত আপুনি শেহতীয়াকৈ সৃষ্টি কৰা চুঙা প্ৰবন্ধৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ লগতে আন্তৰিক অভিনন্দন যাচিলোঁ। ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহত সন্নিৱিষ্ট তথ্যসমূহৰ উৎস সঠিকভাৱে উল্লেখ কৰাটো অতিশয় জৰুৰী। ই প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বঢ়োৱাৰ লগতে ইয়াৰ মান বৃদ্ধি কৰে। কোনো গ্ৰন্থৰ পৰা উদ্ধৃত তথ্য হ'লে গ্ৰন্থখনৰ নাম আৰু লেখকৰ নামৰ লগতে গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল, প্ৰকাশক কোন এই কথাখিনিও সন্নিৱিষ্ট কৰিব লাগে। প্ৰবন্ধ এটাত অতি সহজতে তথ্যসূত্ৰ বা Reference দিবলৈ ৪:১৫ মিনিটৰ এই ভিডিঅ'টো চাব পাৰে। সম্পাদনাৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ সহায়িকাখন চাব পাৰে। ইয়াৰ লগতে আপুনি ৱিকিপিডিয়াৰ অন্যান্য প্ৰবন্ধসমূহ পঢ়ি চালেও বিভিন্ন বিষয়ত সহায় পাব। অসমৰ মাছ ধৰা সঁজুলি প্ৰবন্ধটো পঢ়ি চাবচোন। আশাকৰোঁ আগলৈয়ো এনেদৰে ৱিকিপিডিয়াৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিব। শুভেচ্ছাৰে।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 05:04, 12 মে' 2021 (ইউ.টি.চি.)
মন কৰা
[সম্পাদনা কৰক]ৱিকিপিডিয়াত লিখিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে অশেষ ধন্যবাদ৷ আপোনাৰ লিখাৰ ধৰণবোৰত সাহিত্যিক ভাষাৰ প্ৰয়োগ হৈছে৷ ভাষাবোৰ তথ্যধৰ্মী কৰিব৷ সেইদৰে ৰচনাধৰ্মী কৰাৰ বিপৰীতে বিভিন্ন বিভাজন অনুসৰি বিসয়বস্তু সম্পৰ্কে লিখিব৷ আপুনি ৱিকিপিডিয়াৰ অন্যান্য প্ৰবন্ধবোৰ কেনেদৰে লিখা হৈছে, সেইয়া ‘উৎস সম্পাদনা’ত ক্লিক কৰি চাব পাৰে৷
Bhaskarjyoti Bhuyan (বাৰ্তা) 16:15, 12 মে' 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.