সদস্য বাৰ্তা:Kmd.wiki

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদনা যুদ্ধ[সম্পাদনা কৰক]

নমস্কাৰ Kmd.wiki, অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছোঁ‌। আপোনাৰ শেহতীয়া সম্পাদনাসমূহত দেখা গৈছে যে আপুনি ভূপেন হাজৰিকা প্ৰবন্ধত তিনিগৰাকী ভিন্ন সম্পাদকে আঁ‌তৰাই দিয়া বাক্যাংশ অনাকাংক্ষিত সম্পাদনা সাৰাংশৰ সৈতে পুনৰাই যোগ কৰিছে। এই কাৰ্যক সম্পাদনা যুদ্ধ বুলি গণ্য কৰা হয়। অনুগ্ৰহ কৰি এই বিষয়ে আপোনাৰ ভিন্ন মত থাকিলে প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত মন্তব্য দিব পাৰে। যদিহে আপুনি ৱিকিমিডিয়া প্ৰকল্পসমূহত নৱাগত তেনেহ'লে অভিজ্ঞ সদস্যসকলে আপোনাক নিশ্চয় সহায় কৰিব। শুভেচ্ছাৰে। চন্দন চিৰিং ফুকন ✉️ 13:14, 10 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভূপেন হাজৰিকা এজন অসমীয়া। তেঁও কৈৱৰ্ত আছিল নে অন্য জাতি-জনগোষ্ঠীৰ সেয়া উল্লেখ কৰাৰ বিশেষ প্ৰয়োজন আছে বুলি নাভাবো। দিব্য দত্ত (বাৰ্তা) 13:31, 10 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]