সদস্য বাৰ্তা:Msasag

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

— গীতাৰ্থ বৰদলৈ (talk) 17:26, 17 September 2015 (UTC)

প্ৰতিভাবান নবাগত লেখক পদক[সম্পাদনা কৰক]

Exceptional newcomer.jpg প্ৰতিভাবান নবাগত লেখক পদক
ইণ্ডোনেছিয়া, ইজিপ্ত, চৌদি আৰৱ শীৰ্ষক প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব।- দিব্য দত্ত (talk) 18:54, 30 September 2015 (UTC)

Telugu[সম্পাদনা কৰক]

ইংৰাজী, হিন্দী, বাংলা আদিৰ বানান অনুসৰি অসমীয়াত "তেলুগু ভাষা"ই হ'ব লাগে, "তেলেগু" নহয়। নে কি? — গীতাৰ্থ বৰদলৈ (talk) 18:41, 5 October 2017 (ইউ.টি.চি.)

-গীতাৰ্থ বৰদলৈ অসমীয়াত তেলেগু বুলিয়েই লিখা হয়, কিতাপতো তেলেগু বুলি পাইছিলোঁ। -চাগিৰ আহমেদ