সাঁচ:আজিৰ আপুনি জানেনে-২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
  • ...যে উত্তৰ লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰা অসমৰ প্ৰথম মহাবিদ্যালয়?
  • ...যে ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান জ্ঞানপীঠ বঁটা, দ্যা টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টে প্ৰদান কৰে?