সাঁচ:আজিৰ আপুনি জানেনে-২৫
অৱয়ব
- ...যে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁওত বড়ো সাহিত্য সভাৰ গঠন কৰা হৈছিল?
- ...যে মে ডাম মে ফি উৎসৱত পালন কৰা নিয়মসমূহক তাঈ আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়?
- ...যে মেচ'পটেমিয়া হৈছে টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক প্ৰাচীন সভ্যতা?
- ...যে বিশ্ব ৰক্তদাতা দিৱস প্ৰতি বছৰে ১২ জুন তাৰিখে সমগ্ৰ বিশ্বতে সজাগতামূলক দিৱস হিচাপে পালন কৰা হয়?
- ...যে নৱকান্ত বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম হৈছে এখুদ ককাইদেউ?