হালধীয়া ঠেঙৰ হাইঠা
অৱয়ব
| হালধীয়া ঠেঙৰ হাইঠা (Yellow-footed Green Pigeon) | |
|---|---|
| অসমৰ কাজিৰঙাত হালধীয়া ঠেঙৰ হাইঠা | |
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Columbiformes |
| পৰিয়াল: | Columbidae |
| গণ: | Treron |
| প্ৰজাতি: | T. phoenicoptera |
| বৈজ্ঞানিক নাম | |
| Treron phoenicoptera (Latham, 1790) | |
হালধীয়া ঠেঙৰ হাইঠা (ইংৰাজী: Yellow-footed Green Pigeon, বৈজ্ঞানিক নাম- Treron phoenicoptera) ভাৰত উপমহাদেশত পোৱা হাইঠা চৰাইৰ এটা প্ৰজাতি৷ তাৰোপৰি ই ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক চৰাই হিচাপেও স্বীকৃত৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷
বিৱৰণ
[সম্পাদনা কৰক]বিতৰণ তথা বাসস্থান
[সম্পাদনা কৰক]আচৰণ
[সম্পাদনা কৰক]আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]- পশ্চিম বংগৰ কলকাতাতত phoenicoptera race।
- হাৰিয়ানাৰ গুৰগাঁৱৰ চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানত সংগমৰ পূৰ্বে এযোৰ হালধীয়া ঠেঙৰ হাইঠা।
- চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানত সংগৰমৰত অৱস্থাত হালধীয়া ঠেঙৰ হাইঠা।
- চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানত।
- চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত।
- চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানত।
- phoenicoptera race - কলকাতাৰ ওচৰৰ নৰেন্দ্ৰপুৰত খাদ্য গ্ৰহণ কৰা অৱস্থাত।
- phoenicoptera race - কলকাতাৰ ওচৰৰ নৰেন্দ্ৰপুৰত খাদ্য গ্ৰহণ কৰা অৱস্থাত।
- phoenicoptera race - পশ্চিম বংগৰ কলকাতাত।
- phoenicoptera race - পশ্চিম বংগৰ কলকাতাত
- phoenicoptera race - ৰাজস্থানৰ ভৰতপুৰত।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Rasmussen, P. C. and Anderton, J. C. (2005) Birds of South Asia. The Ripley Guide. Vol 1 and 2. Smithsonian Institution and Lynx Edicions.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Treron phoenicoptera সম্পৰ্কীয় মিডিয়া ফাইল আছে। |