১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

Indian National Highway ১২৭এ
১২৭এ

ৰাষ্ট্ৰীয় ঘাইপথ ১২৭এ
পথটোৰ তথ্য
দৈৰ্ঘ্য: 38 km (24 mi)
প্ৰধান জংছনসমূহ
আৰম্ভ: পাঠশালা
  বাঘমাৰা হৈ
শেষ: ভাৰত-ভূটান সীমান্ত
অৱস্থিতি
ৰাজ্যসমূহ: অসম: 38 km (24 মাইল)
প্ৰধান পথ ব্যৱস্থা

ভাৰতীয় পথ নেটৱৰ্ক
ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

ৰাষ্ট্ৰীয় ঘাইপথ  ১২৬ ৰাষ্ট্ৰীয় ঘাইপথ  ১২৮

১২৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 127A) হৈছে অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোক পূৰ্বতে ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (পুৰণি) (ইংৰাজী: National Highway 152(old)) বুলি জনা গৈছিল। এই ঘাইপথটো অসমৰ পাঠশালাত আৰম্ভ হৈ ভাৰত-সীমান্তত গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 38 km (24 মাইল)।[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [1] Start and end points of National Highways-Source-Government of India

বাহ্যিক সংযোগ[সম্পাদনা কৰক]