৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
অৱয়ব
(National Highway 53 (India)ৰ পৰা পুনঃনিৰ্দেশিত)
ৰাষ্ট্ৰীয় ঘাইপথ ৫৩ | |
---|---|
ভাৰতৰ মানচিত্ৰত ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথটো দেখা গৈছে | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
পূব end | ইম্ফাল, মণিপুৰ |
Location | |
States | অসম: 100 km (62 মাইল) মণিপুৰ: 220 km (140 মাইল) |
Primary destinations | শিলচৰ, লখিপুৰ, নুঙবা |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 53, চমুকৈ NH 53) হৈছে উত্তৰ-পূব ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে অসমৰ বদৰপুৰ আৰু মণিপুৰৰ নুঙবাৰ মাজত সংযোগ স্থাপন কৰিছে। বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা এই ৰাষ্ট্ৰীয় ঘাইপথটো আৰম্ভ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 320 km (200 মাইল)। ইয়াৰে 100 km (62 মাইল) অসমত আৰু 220 km (140 মাইল) মণিপুৰত আছে।[1]
সংযোজিত স্থানসমূহ
[সম্পাদনা কৰক]- শিলচৰ
- কাশিপুৰ (ইংৰাজী: Kashipur)
- বাঞ্চকাণ্ডি (ইংৰাজী: Banskandi)
- ফুলেৰ্তল (ইংৰাজী: Fulertal)
- জিৰিবাম (ইংৰাজী: Jiribam)
- নুঙবা (ইংৰাজী: Nungba)
- টামেঙলঙ জিলা (ইংৰাজী: Tamenglong District)
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "National Highways and their lengths". National Highways Authority of India. Archived from the original on 2010-02-10. https://web.archive.org/web/20100210021118/http://www.nhai.org/nh.asp। আহৰণ কৰা হৈছে: 2009-02-12.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|