৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুনঃনিৰ্দেশিত)
Indian National Highway ৪৪
৪৪
ৰাষ্ট্ৰীয় ঘাইপথ ৪৪

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো মানচিত্ৰত দেখা গৈছে
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
উত্তৰ end শ্বিলং, মেঘালয়
দক্ষিণ end চাব্ৰুম, ত্ৰিপুৰা
Location
Statesমেঘালয়: 184 km (114 মাইল)
অসম: 111 km (69 মাইল)
ত্ৰিপুৰা: 335 km (208 মাইল)
Primary
destinations
শ্বিলং - পাছি - বদৰপুৰ - আগৰতলা - চাব্ৰুম
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ (ইংৰাজী: National Highway 44, চমুকৈ NH 44)হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত সংযোগ কৰিছে। এই ঘাইপথটো ভাৰতৰ তিনিখন ৰাজ্য: [[মেঘালয়, অসম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৩০ কিঃমিঃ (৩৯১ মাইল)। ইয়াৰে ১৮৪ কিঃমিঃ (১১৪ মাইল) মেঘালয়ত, ১১১ কিঃমিঃ (৬৯ মাইল) অসমত আৰু কিঃমিঃ (মাইল) ত্ৰিপুৰাত আছে। এই ঘাইপথটোৱেই হৈছে একমাত্ৰ ঘাইপথ, যিটোৱে ত্ৰিপুৰাক উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ লগত সংযোগ কৰিছে।[1]

বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে।

সংযোজিত ঠাইসমূহ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]