৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
অৱয়ব
| ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ | |
|---|---|
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো মানচিত্ৰত দেখা গৈছে | |
| পথ তথ্য | |
| দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
| Major junctions | |
| উত্তৰ end | শ্বিলং, মেঘালয় |
| দক্ষিণ end | চাব্ৰুম, ত্ৰিপুৰা |
| Location | |
| States | মেঘালয়: 184 km (১১৪ মাইল) অসম: 111 km (৬৯ মাইল) ত্ৰিপুৰা: 335 km (২০৮ মাইল) |
| Primary destinations | শ্বিলং - পাছি - বদৰপুৰ - আগৰতলা - চাব্ৰুম |
| Highway system | |
| ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. | |
ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ (ইংৰাজী: National Highway 44, চমুকৈ NH 44)হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত সংযোগ কৰিছে। এই ঘাইপথটো ভাৰতৰ তিনিখন ৰাজ্য: [[মেঘালয়, অসম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৩০ কিঃমিঃ (৩৯১ মাইল)। ইয়াৰে ১৮৪ কিঃমিঃ (১১৪ মাইল) মেঘালয়ত, ১১১ কিঃমিঃ (৬৯ মাইল) অসমত আৰু কিঃমিঃ (মাইল) ত্ৰিপুৰাত আছে। এই ঘাইপথটোৱেই হৈছে একমাত্ৰ ঘাইপথ, যিটোৱে ত্ৰিপুৰাক উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ লগত সংযোগ কৰিছে।[1]
বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে।
সংযোজিত ঠাইসমূহ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "National Highways and their lengths". National Highways Authority of India. Archived from the original on 2010-02-10. https://web.archive.org/web/20100210021118/http://www.nhai.org/nh.asp। আহৰণ কৰা হৈছে: 2009-02-12.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- NH 44 Map
- About NH 44
- National Highway No. 44; THE MOST “UNATTENDED” NATIONAL HIGHWAY Archived 2012-07-24 at the Wayback Machine
| |||||||||||||||||||