সমললৈ যাওক

৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Indian National Highway ৫৩
৫৩
ৰাষ্ট্ৰীয় ঘাইপথ ৫৩

ভাৰতৰ মানচিত্ৰত ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথটো দেখা গৈছে
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
পূব end ইম্ফাল, মণিপুৰ
Location
Statesঅসম: 100 km (৬২ মাইল)
মণিপুৰ: 220 km (১৪০ মাইল)
Primary
destinations
শিলচৰ, লখিপুৰ, নুঙবা
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ  এক্সপ্ৰেছ পথ  ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 53, চমুকৈ NH 53) হৈছে উত্তৰ-পূব ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে অসমৰ বদৰপুৰ আৰু মণিপুৰৰ নুঙবাৰ মাজত সংযোগ স্থাপন কৰিছে। বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা এই ৰাষ্ট্ৰীয় ঘাইপথটো আৰম্ভ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 320 km (২০০ মাইল)। ইয়াৰে 100 km (৬২ মাইল) অসমত আৰু 220 km (১৪০ মাইল) মণিপুৰত আছে।[1]

সংযোজিত স্থানসমূহ

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]