১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

Indian National Highway ১৫৩
১৫৩

ৰাষ্ট্ৰীয় ঘাইপথ ১৫৩
পথটোৰ তথ্য
দৈৰ্ঘ্য: 60 km (40 mi)
প্ৰধান জংছনসমূহ
আৰম্ভ: লিডু, অৰুণাচল প্ৰদেশ
শেষ: ভাৰত-ম্যানমাৰ সীমান্ত
অৱস্থিতি
ৰাজ্যসমূহ: অসম: ২০ কিঃমিঃ
অৰুণাচল প্ৰদেশ: ৪০ কিঃমিঃ
মূল
লক্ষ্যস্থানসমূহ:
লেখাপানী
প্ৰধান পথ ব্যৱস্থা

ভাৰতীয় পথ নেটৱৰ্ক
ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

ৰাষ্ট্ৰীয় ঘাইপথ  ১৫২ ৰাষ্ট্ৰীয় ঘাইপথ  ১৫৪

১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 153, NH 153) অৰুণাচল প্ৰদেশলিডুত আৰম্ভ হৈ ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছেগৈ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬০ কিঃমিঃ। ইয়াৰে ২০ কিঃমিঃ অসমত আৰু ৪০ কিঃমিঃ অৰুণাচল প্ৰদেশত অৱস্থিত।[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]