১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
Jump to navigation
Jump to search
ৰাষ্ট্ৰীয় ঘাইপথ ১৫৩ | ||||
---|---|---|---|---|
পথটোৰ তথ্য | ||||
দৈৰ্ঘ্য: | 60 km (40 mi) | |||
প্ৰধান জংছনসমূহ | ||||
আৰম্ভ: | লিডু, অৰুণাচল প্ৰদেশ | |||
শেষ: | ভাৰত-ম্যানমাৰ সীমান্ত | |||
অৱস্থিতি | ||||
ৰাজ্যসমূহ: | অসম: ২০ কিঃমিঃ অৰুণাচল প্ৰদেশ: ৪০ কিঃমিঃ | |||
মূল লক্ষ্যস্থানসমূহ: |
লেখাপানী | |||
প্ৰধান পথ ব্যৱস্থা | ||||
ভাৰতীয় পথ নেটৱৰ্ক
|
১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 153, NH 153) অৰুণাচল প্ৰদেশৰ লিডুত আৰম্ভ হৈ ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছেগৈ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬০ কিঃমিঃ। ইয়াৰে ২০ কিঃমিঃ অসমত আৰু ৪০ কিঃমিঃ অৰুণাচল প্ৰদেশত অৱস্থিত।[1]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|