১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

Indian National Highway ১৫৪
১৫৪

ৰাষ্ট্ৰীয় ঘাইপথ ১৫৪
পথটোৰ তথ্য
দৈৰ্ঘ্য: 180 km (110 mi)
প্ৰধান জংছনসমূহ
আৰম্ভ: ধলেশ্বৰ, অসম
শেষ: কানপুই, মিজোৰাম
অৱস্থিতি
ৰাজ্যসমূহ: অসম: ১১০ কিঃমিঃ
মিজোৰাম: ৭০ কিঃমিঃ
মূল
লক্ষ্যস্থানসমূহ:
বৈৰবী
প্ৰধান পথ ব্যৱস্থা

ভাৰতীয় পথ নেটৱৰ্ক
ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

ৰাষ্ট্ৰীয় ঘাইপথ  ১৫৩ ৰাষ্ট্ৰীয় ঘাইপথ  ১৫৫

১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 154, চমুকৈ NH 154) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ ধলেশ্বৰত আৰম্ভ হৈ মিজোৰামৰ কানপুইত গৈ শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ১৮০ কিঃমিঃ। ইয়াৰে ১১০ কিঃমিঃ অসমত আৰু ৭০ কিঃমিঃ মিজোৰামত আছে।[1]

সংযোজিত স্থানসমূহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]