১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Indian National Highway ১৫৪
১৫৪
ৰাষ্ট্ৰীয় ঘাইপথ ১৫৪
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
From ধলেশ্বৰ, অসম
To কানপুই, মিজোৰাম
Location
Statesঅসম: ১১০ কিঃমিঃ
মিজোৰাম: ৭০ কিঃমিঃ
Primary
destinations
বৈৰবী
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 154, চমুকৈ NH 154) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ ধলেশ্বৰত আৰম্ভ হৈ মিজোৰামৰ কানপুইত গৈ শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ১৮০ কিঃমিঃ। ইয়াৰে ১১০ কিঃমিঃ অসমত আৰু ৭০ কিঃমিঃ মিজোৰামত আছে।[1]

সংযোজিত স্থানসমূহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]