সমললৈ যাওক

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুনঃনিৰ্দেশিত)
Indian National Highway ৩৬
৩৬
ৰাষ্ট্ৰীয় ঘাইপথ ৩৬

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানচিত্ৰ
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
পশ্চিম end নগাঁও, অসম
পূব end ডিমাপুৰ, নাগালেণ্ড
Location
Statesঅসম: 167 km (১০৪ মাইল)
Nagaland: 3 km (১.৯ মাইল)
Primary
destinations
নগাঁও - কঠীয়াতলি - দবকা - আমলখি - ডিমাপুৰ
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ  এক্সপ্ৰেছ পথ  ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 36, চমুকৈ NH 36) হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 km (১১০ মাইল)। ইয়াৰে 167 km (১০৪ মাইল) অসমত আৰু 3 km (১.৯ মাইল) নাগালেণ্ডত আছে।[1]

অসমৰ নগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে লগ লাগিছেগৈ।

সংযোজিত ঠাইসমূহ

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367 আহৰণ কৰা হৈছে: 2012-12-02.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • NH 36 Route map
  • NH network map of India