৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
Jump to navigation
Jump to search
ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ | ||||
---|---|---|---|---|
![]() ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানচিত্ৰ | ||||
পথটোৰ তথ্য | ||||
দৈৰ্ঘ্য: | 170 km (110 mi) | |||
প্ৰধান জংছনসমূহ | ||||
পশ্চিম end: | নগাঁও, অসম | |||
পূব end: | ডিমাপুৰ, নাগালেণ্ড | |||
অৱস্থিতি | ||||
ৰাজ্যসমূহ: | অসম: 167 km (104 মাইল) Nagaland: 3 km (1.9 মাইল) | |||
মূল লক্ষ্যস্থানসমূহ: |
নগাঁও - কঠীয়াতলি - দবকা - আমলখি - ডিমাপুৰ | |||
প্ৰধান পথ ব্যৱস্থা | ||||
ভাৰতীয় পথ নেটৱৰ্ক
|
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 36, চমুকৈ NH 36) হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 km (110 মাইল)। ইয়াৰে 167 km (104 মাইল) অসমত আৰু 3 km (1.9 মাইল) নাগালেণ্ডত আছে।[1]
অসমৰ নগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে লগ লাগিছেগৈ।
সংযোজিত ঠাইসমূহ[সম্পাদনা কৰক]
- নগাঁও
- কঠীয়াতলি
- দবকা
- তুমপুঙ (ইংৰাজী: Tumpung)
- চেলাবাৰী (ইংৰাজী: Chelabari)
- বাগুলিয়াঘাট (ইংৰাজী: Baguliaghat)
- আমলখি
- ডিমাপুৰ
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|