ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/শীৰ্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহ

অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা যোগ চিহ্ন
অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা যোগ চিহ্ন

ভাল প্ৰবন্ধ (good article) হ’ল সেইবোৰ প্ৰবন্ধ, যিবোৰ ৱিকিপিডিয়াৰ সম্পাদক আৰু ব্যৱহাৰকাৰীসকলৰ অনুসৰি ৱিকিপিডিয়াৰ শ্ৰেষ্ঠতম প্ৰবন্ধসমূহৰ মাজত স্থান লাভ কৰে। এই পৃষ্ঠাত স্থান লাভ কৰাৰ আগেয়ে প্ৰস্তাৱনা আৰু বিশ্লেষণৰ মাধ্যমৰে এইবোৰ প্ৰবন্ধৰ মান, নিৰ্ভৰযোগ্যতা, নিৰপেক্ষতা, পৰিপূৰ্ণতা আৰু লিখনৰীতি পৰীক্ষন কৰা হয়। এই সংক্ৰান্তত অধিক নিৰ্দেশনা আছে ভাল প্ৰবন্ধৰ মানদণ্ড পৃষ্ঠাত।

বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ মুঠ 13,347 টা প্ৰবন্ধৰ মাজত ১৪ 'টা ভাল প্ৰবন্ধ আছে।

ভাল প্ৰবন্ধ সাঁচ মনোনীত প্ৰবন্ধ পৃষ্ঠাত ওপৰত লিখি ৰাখিলে এটা ক্ষুদ্ৰ যোগ চিহ্ন () দ্বাৰা প্ৰবন্ধটো নিৰ্দেশিত হয়।

নিঁখুত, নিৰ্বাচিত আৰু ভাল প্ৰবন্ধৰ সংযোগসমূহ:

ভাল প্ৰবন্ধৰ তালিকা

ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধত তলৰ বৈশিষ্ট্যসমূহ থকা বাঞ্চনীয়:

ভাল প্ৰবন্ধ কোনবোৰ?[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহ হৈছে—

  1. ভালদৰে-লিখিত:
  2. (a) প্ৰবন্ধৰ ব্যৱহৃত তথ্যসমূহ স্পষ্ট আৰু লঘূ হোৱাৰ উপৰিও, কপিৰাইট নীতিসমূহক সন্মান জনাৱাৰ লগতে বানান আৰু ব্যাকৰণৰ শুদ্ধ প্ৰয়োগ হ’ব লাগে। আৰু
    (b) ৱিকিপিডিয়াৰ মনোমত সজ্জাৰ গঠনৰ নীতি নিৰ্দেশনাসমূহত উল্লেখিত শীৰ্ষ খণ্ড, গঠন, আৰু তালিকাৰ গঠন অনুসৰণ কৰিব লাগে।.[1]
  3. তথ্যগতভাৱে সঠিক আৰু সত্যাপনযোগ্যতা:
  4. (a) প্ৰবন্ধটোত উল্লিখিত তথ্যসমূহৰ প্ৰমাণ আৰু উদ্ধৃতি নিৰ্দ্ধাৰিত নিয়ম নীতি অনুসৰি কৰাটো বাঞ্চনীয়;
    (b) প্ৰবন্ধটোত বিশ্বাসযোগ্য উত্‍সৰৰ পৰা পৰ্যাপ্ত পৰিমাণে তথ্যৰ উদ্ধৃতি দিয়াৰ আৱশ্যক।;[2] আৰু
    (c) ইয়াত কোনো মৈলিক গৱেষণাসমৃদ্ধ তথ্য থাকব নালাগে।
  5. বিষয়বস্তুৰ ব্যপকতা:
  6. (a) প্ৰবন্ধটোৰ বিষয়বস্তু দিশসমূহ ভালদৰে উল্লেখ কৰা উচিত।[3] আৰু
    (b) প্ৰবন্ধটোত সন্নিবিষ্ট তথ্যসমূহ মূল দিশসমূহৰ পৰা যাতে ফালৰি কাটি অন্য দিশলৈ গতি নকৰে (সাৰাংশ সজ্জা চাওক) ।.
  7. নিৰপেক্ষ: প্ৰবন্ধটোৰ নিৰপেক্ষতা আৰু তথ্যগত ভাৱে শুদ্ধ আৰি ইয়াক লৈ কোনো বিতৰ্ক নাই।.
  8. স্থিৰ: প্ৰবন্ধটোত নিয়মিতভাৱে কোনোধৰণৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা নহয় আৰু প্ৰবন্ধটো কোনো সম্পাদনা দ্বন্দৰ চিকাৰ নহয়।.
  9. [4]
  10. বৰ্ণনামূলক, যদি সম্ভৱ তেনে চিত্ৰসমূহৰ দ্বাৰা:
  11. [5]
    (a) চিত্ৰসমূহৰ কপিৰাইট স্থিতিৰ সম্পৰ্কে বিৱৰণত ভালদৰে উল্লেখিত আৰু লগতে অ-মুক্ত সমলসমূহৰ বাবে বৈধ আংশিক ভাল ব্যৱহাৰ যুক্তি ভালদৰে উল্লেখ কৰা হয়। আৰু
    (b) চিত্ৰসমূহৰ বিষয় সম্পৰ্কীয় হয় আৰু লগতে ভাল শিৰোনাম দিয়াটো বাঞ্চনীয়।.[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Compliance with other aspects of the Manual of Style, or the Manual of Style mainpage or subpages of the guides listed, is not required for good articles.
  2. Either parenthetical references or footnotes can be used for in-line citations, but not both in the same article.
  3. This requirement is significantly weaker than the "comprehensiveness" required of featured articles; it allows shorter articles, articles that do not cover every major fact or detail, and overviews of large topics.
  4. Vandalism reversions, proposals to split or merge content, good faith improvements to the page (such as copy editing), and changes based on reviewers' suggestions do not apply. Nominations for articles that are unstable because of constructive editing should be placed on hold.
  5. Other media, such as video and sound clips, are also covered by this criterion.
  6. The presence of images is not, in itself, a requirement. However, if images (or other media) with acceptable copyright status are appropriate and readily available, then some such images should be provided.