ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অৰ্থনীতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
WikiProject অৰ্থনীতি

চাহিদা আৰু যোগান বক্ৰৰ প্ৰতিচ্ছেদত উৎপন্ন হোৱা উদ্বৃত্তৰ ছবি।
Categories [[::ৱিকিপ্ৰকল্প অৰ্থনীতি|ৱিকিপ্ৰকল্প অৰ্থনীতি]], অৰ্থনীতি
Project banner template {{ৱিকিপ্ৰকল্প অৰ্থনীতি}}

ৱিকিপ্ৰকল্প অৰ্থনীতিৰ উদ্দেশ্য অসমীয়া ৱিকিপিডিয়াঅৰ্থনীতি বিষয়ক প্ৰবন্ধ উপলব্ধ কৰোৱা আৰু মান উন্নত কৰা। এই প্ৰকল্পত ৱিকিপ্ৰকল্প একাডেমিয়াৰ কাৰ্যপন্থা প্ৰয়োগ কৰা হৈছে, যাৰ বিষয়ে সেই প্ৰকল্পৰ পৃষ্ঠালৈ গৈ জানিব পৰা যায়।

ৱিকিপিডিয়াৰ এই অৰ্থনীতি প্ৰকল্পৰ উদ্দেশ্যক আগত ৰাখি, অসমীয়া ৱিকিপিডিয়াত থাকিবলগীয়া অৰ্থনীতি বিষয়ক প্ৰবন্ধৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। একাডেমিয়া প্ৰকল্পৰ সৈতে সংগতি ৰাখি, সেই বিষয়সমূহক প্ৰাধান্য দিয়া হৈছে যি আনুষ্ঠানিক শিক্ষাত প্ৰয়োজনীয়। একেই কাৰণতে বিষয়সমূহক মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ ভাগত বিভক্ত কৰা হৈছে। কোনো কোনো বিষয় একাধিক স্তৰত পঢ়োৱা হয়, সেয়ে সেই বিষয়ৰ প্ৰবন্ধ একাধিকবাৰ উল্লিখিত। পিচে একাডেমিয়া প্ৰকল্পৰ পৰিসৰৰ বাহিৰেও "অন্যান্য" নামৰ ভাগত অন্য গুৰুত্বপূৰ্ণ বিষয় এই প্ৰকল্পই সামৰি লৈছে।

গুৰুত্ব নিৰ্ধাৰণ[সম্পাদনা কৰক]

গুণগত মান নিৰ্ধাৰণ[সম্পাদনা কৰক]

প্ৰত্যেক প্ৰবন্ধৰ মান ০ৰ পৰা ৫লৈকে এটি সংখ্যাৰে চিহ্নিত কৰা হৈছে। যদি কোনো প্ৰবন্ধ অসমীয়া ৱিকিপিডীয়াত উপলব্ধ নহয়, তেন্তে তাৰ মান ০। তাৰ বাহিৰে, এই সংখ্যা কিমান হোৱা উচিত, সেই কথা প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত আলোচনাৰ মাজেৰে সদস্যসকলে নিৰ্ণয় কৰিব। পিচে মান ৫ থকা প্ৰবন্ধসমূহৰ গুণগত মান ফিচাৰ্ড প্ৰবন্ধৰ সমকক্ষ হ'ব বুলি আশা কৰা হ'ল। এই প্ৰকল্পৰ উদ্দেশ্য বিষয় সূচীৰ প্ৰত্যেক প্ৰবন্ধৰ মান ৫লৈ উন্নিত কৰা।

বিষয় সূচী[সম্পাদনা কৰক]

যদিও অৰ্থনীতি এক অতিকৈ বহল ক্ষেত্ৰ, প্ৰায়োগিক কাৰণত তলত দিয়া বিষয়সমূহ অসমীয়া ৱিকিপিডিয়াত অন্তৰ্ভুক্তিত প্ৰাদধান্য দিয়া হৈছে।

অন্যান্য[সম্পাদনা কৰক]