ক’লা টুনি
অৱয়ব
ক’লা টুনি | |
---|---|
পশ্চিমবঙ্গ, ভাৰত | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Estrildidae |
গণ: | Lonchura |
প্ৰজাতি: | L. malacca |
বৈজ্ঞানিক নাম | |
Lonchura malacca (Linnaeus, 1766) | |
ক’লা টুনিৰ বিতৰণ |
ক’লা টুনি (ইংৰাজী: Tricoloured Munia, বৈজ্ঞানিক নাম- Lonchura malacca) এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ ভাৰত, শ্ৰীলংকা, চীন, টাইৱান আদিত দেখা পোৱা যায়৷
বিৱৰণ
[সম্পাদনা কৰক]এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
বিতৰণ
[সম্পাদনা কৰক]এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
বাসস্থান
[সম্পাদনা কৰক]ক'লা টুনিয়ে সাধাৰণতে ঘাঁহনি আৰু বনাঞ্চলত বাস কৰে৷ ইয়াক ক্ৰন্তীয় বনাঞ্চল তথা সেমেকা ঘাঁহনি অঞ্চল (wet grassland habitat)ত দেখা পোৱা যায়৷
আচৰণ
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]প্ৰজনন
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Lonchura malacca". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106008713। আহৰণ কৰা হৈছে: 16 July 2012.