সমললৈ যাওক

২৩ নৱেম্বৰ, ২০২৪ৰ পৰা ৱিকিপিডিয়াত চলি আছে অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।

ক’লা টুনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ক’লা টুনি
পশ্চিমবঙ্গ, ভাৰত
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Estrildidae
গণ: Lonchura
প্ৰজাতি: L. malacca
বৈজ্ঞানিক নাম
Lonchura malacca
(Linnaeus, 1766)
ক’লা টুনিৰ বিতৰণ

ক’লা টুনি (ইংৰাজী: Tricoloured Munia, বৈজ্ঞানিক নাম- Lonchura malacca) এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ ভাৰত, শ্ৰীলংকা, চীন, টাইৱান আদিত দেখা পোৱা যায়৷



বাসস্থান

[সম্পাদনা কৰক]

ক'লা টুনিয়ে সাধাৰণতে ঘাঁহনি আৰু বনাঞ্চলত বাস কৰে৷ ইয়াক ক্ৰন্তীয় বনাঞ্চল তথা সেমেকা ঘাঁহনি অঞ্চল (wet grassland habitat)ত দেখা পোৱা যায়৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]