সমললৈ যাওক

টিংখং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টিংখং
Tingkhong
বিধানসভা সমষ্টি
টিংখং চাহ বাগিচাৰ মাজেৰে পাৰ হৈ যোৱা নাহৰকটীয়া-মৰাণ পথ
টিংখং চাহ বাগিচাৰ মাজেৰে পাৰ হৈ যোৱা নাহৰকটীয়া-মৰাণ পথ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
কালি
 • মুঠ 16.5 km2 (6.4 sq mi)
উচ্চতা
116 m (381 ft)
জনসংখ্যা
 (2001)
 • মুঠ 2,36,571
 • ঘনত্ব 14,000/km2 (37,000/sq mi)

টিংখং ডিব্ৰুগড় জিলাৰ এখন বিধান সভা সমষ্টি।[1] টিংখং চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল। টিংখং ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৮০ কিঃমিঃ দক্ষিণ পূবত আৰু তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত অৱস্থিত। ডিব্ৰুগড় বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৭০ কিঃমিঃ নিলগত আৰু আটাইতকৈ ওচৰৰ ৰে'ল ষ্টেচন হল নাহৰকটীয়া ষ্টেচন।

টিংখংৰ স্থানাংক হল 27°08′N 95°06′E / 27.13°N 95.10°E / 27.13; 95.10 আৰু সাগৰ পৃষ্ঠৰ পৰা ১১৬ মিটাৰ ওপৰত অৱস্থিত।

যাতায়ত

[সম্পাদনা কৰক]

নাহৰকটীয়া ৰে'ল ষ্টেচন টিংখৰ পৰা প্ৰায় ২৬ কিঃমিঃ দূৰত অৱস্থিত। ডিব্ৰুগড় , নাহৰকটীয়া, মৰাণ, ৰাজগড়ৰ পৰা নিয়মীয়া বাছ চলাচল কৰে।

অৰ্থনীতি

[সম্পাদনা কৰক]

টিংখৰ বেছি ভাগ মানুহে ধান আৰু চাহৰ খেতি কৰে। অঞ্চল খনত বহুতো চাহ বাগিচা আছে। এই অঞ্চলত বাস কৰা প্ৰায় সকলো মানুহৰ ঘৰত ক্ষুদ্ৰ চাহ বাগিচা আছে।

বিধান সভাৰ সদস্য[2]

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]